এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হ ভা মহৰী গাৰ ফালেই লটি-ঘটি, আকৌ দৰ্মহা। ধৰিব পাৰিলে হওঁতে ভালকৈয়ে চাহাবে দৰ্মহা খুৱাব। তুমি যদি সুকলমে সাৰিব খোজা, তেন্তে ৰ’বৰ সকাম নাই। এতিয়াই পলোৱাঁ। (কান্দি কান্দি) ডাঙৰীয়াদেও। এতিয়া আৰু বিদায়। ভাল বাগিচাত কাম কৰি ধন ঘটিলোঁ। আই ঔ! মোক কিহে পাইছিল? মিছাতে আহি লটি-ঘটি হৈ মৰিলোঁ৷ (ভাবি গুচি গ'ল ) 2 69 ৩৯