পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

যিহেতু : ১২। বোলত } আত্মা এক। নুহিয় ৰ যতেক। জন্ম আ ৰি নাহিকয়। Fাৰণ নিশ্চয়। পুৰাণ পুৰু ৱ সনাতন। নাহি একে 'ৰি তোমত নাৰায়ণ। যিহেতু , ম ল সদা সুখময়। অক্ষয় অচ্যুৎ তুমি যিহেতু নিশ্চয়। এতেকে তোমাৰ বৃদ্ধি পৰিমাণ নাই। নাহি ক্ষয় বিনাশ তোমাৰ সৰ্ব্বদাই। তুমিসে 'অনন্ত আত নাহিক ভেদ। দেশে কালে তোমাৰ নাহিকে পৰিচ্ছেদ। বস্তু পৰিচ্ছেন প্ৰভু নকৰে তোমাক। সিহেতু সদায় তুমি জান নিষ্টে আক। এতেকে সে তুমি পূৰ্ণ আন নাহি কেৱ। তুমিসি প্ৰকাশ প্ৰভু দেৱতাৰ দেৱ। উপাধি ৰহিত তুমি দেৱ নিৰঞ্জন। এতেকে তুমিসি সত্য দেৱ নাৰায়ণ। গুৰু ৰূপ আদি তত্ত্বজ্ঞান-চক্ষু পাই। এবম্বিধ তুমি ঈশ্বৰক সৰ্ব্বদাই। আপোনাৰ স্বৰূপ কৰিয়া দেখে যিটো। মিছা ভৱসাগৰক তৰে যেন সিটো। (ৰত্নাকৰ ভা, ১৩-১৩৯)