পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৬ ]

খৰমেৰেই যায়। ই নিশ্চয় ডাইনী-জুগুণীৰ দেশ। ভালে- তোহে ইয়াৰ নাম মায়াপুৰ হৈছে। ইয়াৰ কথা ভাবোতেই পেটতে হাত-ভৰি লুকায়। ইয়াৰ পৰা সোনকালে গা সাৰি যাব পাৰিলেই মঙ্গল। যাওঁ, সোনকালে সেই থকা ঠাইলৈ যাওঁ। লগুৱাটোকে বিচাৰ-খোচাৰ কৰোঁগৈ। মোৰ মনত বৰ উগুল-থুগুল লাগিছে—টকা খিনি গল-কি-চল হে।

[ প্ৰস্থান।