পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুধৰণী।

 কিতাপৰ নাটক ছোৱা ছপা কৰোতে মুদ্ৰাযন্ত্ৰৰ গৰাকীসকলে আৰ্হি কাকত চাইছিল। তেওঁলোকে এঠাইত এশাৰী কথা বাদ দি গল আৰু কোনো কোনো ঠাইত বৰ্ণবিন্যাস আৰু কুট চিনৰ ৰূপান্তৰ ঘটালে। সেইবিলাকৰ তালিকা তলত দিয়া হল৷

 বাদ পৰিছে:— দ্বিতীয় পৃষ্ঠাৰ ১৩শ আৰু ১৪শ শাৰীৰ মাজত “ৰাজ ভঁড়াললৈ যাব। সম্প্ৰতি তোমাৰ আটাইখিনি বয় বস্তু” সোমাব।

 ৰূপান্তৰ ঘটিছে:—

পৃষ্ঠা
১ম
২য়
৩য়
৪ৰ্থ
৯ম
১২শ
১৩শ
 
 

শাৰী
৩য়
১ম
৬ষ্ঠ
৩য়
৩য়
১৬শ
২য়
১৪শ
১৭শ

ছপা হৈছে
কৰোতা
নিৰপৰাধ
ওপজো
তেও
স্বৰ্ণদেৱৰ
চেচাঁ
এসাজি
“আহিলি”ৰ পাছত
লৰালৰিকৈ

মূল কিতাপত আছিল।
কৰোঁতা
নিৰপৰাধী
ওপজোঁ
তেওঁ
স্বৰ্গদেৱৰ
চেঁচা
এসাজী
“?” হব।
লড়ালড়িকৈ