পৃষ্ঠা:ভেকোলাৰ সপোন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফল

আম খাবা গছত পকা
 সদায় জানিবা
পাৰিলে এজুপি গছ
 ঘৰতে ৰুবা৷

 

ফল খালে বল হয়
 সকলোৱে জানে
পিছ বাৰীত কলগছ
 থাকিবই লাগে৷

(১২)