সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সময় নিৰূপক ৰেখা
স্কেল ১″=৬০০ বছৰ

শতিকা

ভাৰত বুৰঞ্জী (ৰজা আৰু প্ৰধান ঘটনা)

শতিকা

অসম-বুৰঞ্জী (ৰজা আৰু প্ৰধান ঘটনা)

২০০০—১৪০০ খৃঃ পূঃ লৈ

আৰ্য্য-অনাৰ্য্যৰ ৰণ

২০০০—১৪০০ খৃঃ পূঃ

দানৱ অসুৰ বংশৰ ৰাজত্ব ১৬০০—১৫০০ খৃঃ পূৃঃ নৰকাসুৰ :— কামাখ্যা মন্দিৰ নিৰ্ম্মাণ।

১৪০০—৮০০ খৃঃ পূঃ লৈ:

বেদ, ব্ৰাহ্মণ, আৰণ্যক ৰচনা, ৰামায়ণ, মহাভাৰত ৰচনা, দাক্ষিণাত্যত অনাৰ্য্যৰ প্ৰভাৱ

১৪০০—৮০০ খৃঃ পূঃ

ভগদত্ত—কুৰুক্ষেত্ৰৰ ৰণত যোগদান। বাণৰজা—শোণিতপুৰ স্থাপন, ভৰবী মন্দিৰ নিৰ্ম্মাণ

৮০০—২০০ খৃঃ পূঃ লৈ

বুদ্ধদেৱ—৫৭৭—৪৮৭ খৃঃ পূঃ মহাবীৰ—জৈনধৰ্ম্ম প্ৰচাৰ ৩২৭ খৃঃ পূঃত আলেকজেণ্ডাৰৰ আক্ৰমণ চন্দ্ৰগুপ্ত—২৯৭ খৃঃ পূঃ উত্তৰ ভাৰত জয়।

৮০০—২০০ খৃঃ পূঃ

বিবিধ বংশীৰজা।

২০০—৪০০ খৃঃলৈ

পুষ্যমিত্ৰৰ মগধ অধিকাৰ। মিনেন্দাৰৰ মগধ আক্ৰমণ। সমুদ্ৰগুপ্ত—৩২৬—৩৭৫ উত্তৰ ভাৰত জয়। কাহাঁৰুৰ ৰণ ৫৩২ খৃঃত শিলাদিত্য—৬৩০খৃঃত

২০০ খৃঃ পূঃ ৪০০ খৃঃ

 

৪০০-৬৫০ খৃঃ

বিবিধ বংশীৰজা

৪০০—৬৫০ খৃঃলৈ

কুমাৰ ভাস্কৰবৰ্ম্মা—হিউয়েনচাঙৰ কামৰূপলৈ আগমন।