সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৵৹ ]

 ইয়াতে উল্লেখ কৰা হল যে ভাৰত-বুৰঞ্জী ( ৫ম-৬ষ্ঠ মান ) কিতাপখন আমি গ্ৰন্থকাৰৰ পৰা উচিত মূল্য দি কিনি লৈছোঁ। এই কিতাপৰ আয়-ব্যয় আদিৰ লগত গ্ৰন্থকাৰৰ কোনো লেঠা নাই। গ্ৰন্থকাৰৰ নামটোহে মাত্ৰ কিতাপত থাকিব।

 বিদেশত ছপোৱা বাবে দুই চাৰিটা ভুল ৰৈ যোৱা স্বাভাবিক; অনুগ্ৰহ কৰি এই খুঁট আঙ্গুলিয়াই কিতাপখন সৰ্ব্বতোভাৱে শিক্ষাৰ্থী সকলৰ উপযোগী কৰি তুলিবলৈ উপদেশ দিয়া সকলৰ প্ৰতি প্ৰকাশ্যে কৃতজ্ঞতা প্ৰকাশ কৰিম। ইতি—

বৰুৱা এজেন্সী
২০৷১৷৫৭
বিনীত
শ্ৰীঅতুল চন্দ্ৰ বৰুৱা