পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় চন্দ্রগুপ্ত ৰাজ্যবোৰ তেওঁ নিজ ৰাজ্যত জপা নাছিল । বোৰৰপৰা কৰহে আদায় কৰিছিল। পূর্বববঙ্গ, কাশ্মীৰ, সিংহলেও তেওঁক কৰ দিব লাগিছিল । কাহিনী প্রথম চন্দ্ৰগুপ্তৰ দিনত গুপ্ত সাম্রাজ্য বেছি ডাঙৰ নাছিল। কিন্তু সমুদ্রগুপ্ত নিজ বাহুবলেৰে এখন বিশাল সাম্রাজ্যৰ অধিপতি হৈছিল । সমুদ্রগুপ্তৰ দিগ্বিজয়ৰ এলাহাবাদ দুৰ্গৰ ভিতৰৰ এটি স্তম্ভত বর্ণিত আছে। এই শিলালিপিৰ ৰচয়িতা হৈছে কবি হৰিসেন । দিগ্বিজয়ী হৈ সমুদ্রগুপ্তই মহাসমাৰোহেৰে এটি অশ্বমেধ যজ্ঞ সমাধা কৰে। সমুদ্রগুপ্তই বিদেশী ৰজাসকলৰ লগতো সদ্ভাৱ স্থাপন কৰিছিল ৷ শক আৰু কুশান বিলাকে আৰু সিংহলৰ ৰজা মেঘবৰ্ণই তেওঁৰ লগত মিত্ৰতা কৰিছিল । কেৱল সেই ৰাজ্য- কামরূপ, কামরূপ, নেপাল, চৰিত্ৰঃ—তেওঁ এজন প্রতাপী, বাহুবলী, সুনিপুণ শাসক আছিল । তেওঁ সঙ্গীতচর্চ্চাও বৰ ভাল পাইছিল। নিজে শুৱলাকৈবীণ বজাব পাৰিছিল। তেওঁ নিজে বিদ্বান, সুকবি আছিল আৰু কেইবাজনো সুকবি, পণ্ডিত ৰাজসভাত ৰাখিছিল। তেওঁ এজন নিষ্ঠাৱন্ত হিন্দু আছিল। তেওঁ পতা অশ্বমেধ যজ্ঞ ইয়াৰ প্ৰমাণ । দ্বিতীয় চন্দ্রগুপ্ত ( বিক্রমাদিত্য)। (খৃঃ ৩৭৫–৪১৩ খৃঃ লৈ ) সমুদ্রগুপ্তৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক দ্বিতীয় চন্দ্রগুপ্ত 1