পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত ২০৫

(তেওঁ ইচ্ছা কৰিলে এজন উপ-ৰাজ্যপাল ( লেফটেনাণ্ট গৱৰ্ণৰ ) বা মুখ্য আয়ুক্ত ( চিফ কমিচনাৰ ) নিয়োগ কৰি তেওঁক শাসন ভাৰ দিব পাৰে। ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে ‘গ’ শ্ৰেণীৰ ৰাজ্যৰ শাসনভাৰ ওচৰতে থক৷ কোনে৷ ৰাজ্য চৰকাৰৰ হাতত গটাব পাৰে। কেন্দ্রীয় আইনসভাই এই শ্রেণীৰ ৰাজ্যত “উপদেষ্টা সভা” ( ৫০৮000প1 01 ৪]ঘ15075 0: [115.218 ) আৰু আংশিক মনোনীত আৰু নিৰ্ববাচিত সভ্যৰে গঠিত আইনসভা গঠন কৰিব পাৰে। আন্দামান-নিকোবৰৰ শাসন ব্যৱস্থ৷।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰধান শাসক চিফ- কমিচনাৰ । এওঁক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰিব; আৰু এওঁ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰাধীনত শাসনকাৰ্ধ্য পৰিচালন| কৰিব৷

বিচাৰ ব্যৱস্থ৷।

উচ্চ ন্যায়ালয় ব| হাইকোৰ্ট $--বিচাৰ ব্যৱস্থাৰ কাৰণে ‘ক’ আৰু ‘খ’ শ্রেণীৰ ৰাজ্যত একোখন হাই কোট বা উচ্চ ন্টায়|- ‘লয় থাকিব । প্রত্যেক হাই কোৰ্টতে এজন প্ৰধান বিচাৰপতি আৰু কেইজনমান বিচাৰপতি থাকিব।

লোকসেৰ| আয়োগ বা পার্লক চাভ্চ কুমিচন।

শাসনকাৰ্ধ্য চলোৱাৰ কাৰণে উপযুক্ত বিষয়া নিয়োগ ‘কৰিবলৈ যুক্তৰাষ্ট্ৰৰ কাৰণে এখন আৰু প্রত্যেক ৰাজ্যতে একোখনকৈ লোকসেৱ৷ আয়োগ বা পার্লিক চাভিচ কমিচন ‘থাকিব।