পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৷} | ন গজ ন ঢট % ৰ ৰ ৷ ৰ, ৷

পু ববে ভদ্ৰ সদাৰতা “পা পভিনিন


ইজ ভাৰত বুৰধাঁ (৭) ৰাজস্থান (১১) মহীশূৰ (৮) মধ্যপ্ৰদেশ (১২) কেৰাল| (৯) বোম্বাই (১৩) অন্ত্ৰপ্ৰদেশ (১%) মাদ্ৰাজ (১৪) জন্মু আৰু কাশ্মীৰ ( সদৰ-ই-ৰিয়াচত,_) (খ) কেন্দ্ৰীয় শাসিত অঞ্চল £-- ১) দিল্লী (৫) লাক্ষাদ্বীপ আৰু (২) হিমাচল প্রদেশ আমিনদ্বীপ ৩) মণিপুৰ (৬) আন্দামান-নিকোবৰ

€৪) ত্ৰিপুৰ| কেন্দ্রায় শাসিত অঞ্চল সমূহত একোজনকৈ প্রশাসকে

( ১৫]00117.150:80010 ) শাসনকাৰ্য্য পৰিচালন| কৰিব।

ৰাজ্যপাল শাসিত ৰাজ্যসমূহত মন্ত্ৰিসভ| আৰু বিধান সভাই শাসন কাধ্যত ৰাজপালক সহায় কৰিব।

পশ্চিমবঙ্গ, উত্তৰ প্রদেশ, বিহাৰ, বোনদ্বাই, মধ্যপ্ৰদেশ, মাদ্ৰাজ, মহীশূৰ আৰু পঞ্জাবত বিধান সভাৰ দুখন সদন থাকিব।


কেন্দ্ৰীয় শাসন। ভাৰতৰ ৰাষ্ট্ৰপতি £--ভাৰতীয় যুক্তৰাষ্ট্ৰৰ সৰ্বপ্ৰধান কর্ত্ত হব ৰাষ্ট্ৰপতি বা প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতি ভাৰতীয় পাৰ্ল মেণ্টৰ সদস্থাসকলৰ আৰু ৰাজ্যসমূহৰ আইন সভাৰ সদস্তাসকলৰ দ্বাৰ| ‘নিৰ্ববাচিত হব। এওঁৰ কাধ্যকাল হব পঁাচবছৰ।

ভিভজভীডাজাবেন- ৪২৬ লতা তলা চাততছকআশএওআএড৬৩এ০৷-০--====-===-=-=----এ-৩-এস===০===