পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাধীন ভাৰত : ৰ:

ছয়। এই গণপৰিষদে ৰচন| কৰ| সংবিধান ১৯৫০ খৃঃৰ ২৬ জানুৱাৰিৰ পৰ| কাৰ্ধ্যকৰী হয়। বৰ্ত্তমান আমাৰ দেশ নতুন


জৱাহৰলাল সংবিধান অনুসাৰে শাসিত হৈছে। ভাৰতবৰ্ষক এখন স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি নতুন সংবিধানত ঘোষণ৷| কৰ৷ হৈছে।

ভাৰতীয় যুক্তৰাষ্ট্ৰ (][1)]121, ][0101}) ৷ ভাৰতীয় যুক্তৰাষ্ট্ৰ প্ৰধানতঃ তলত দিয়| তিনি শ্ৰেণীৰ ৰাজ্য লৈ গঠিত হৈছে। (১) অসম, পশ্চিম বঙ্গ, বিহাৰ, উৰিষ্য৷,