পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ ভাৰত বুৰঞ্জী

আনবিক বোম| (2৮০) 1301]}) ) ব্যৱহাৰ কৰে। এই আনবিক বোম! ব্যৱহাৰত জাপানে বিন| সৰ্ত্তে আত্মসমৰ্পণ কৰে {( চেপ্তেম্বৰৰ ১৯৪৫ )।

এইদৰে স্মু্দীৰ্ঘ ৬ বছৰৰ মূৰত দ্বিতীয় মহাসমৰৰ অৱসান ইয়। মিত্ৰশক্তিয়ে যুদ্ধত জয় লাভ কৰি জাৰ্ম্মান আৰু জাপানে অধিকাৰ কৰ| ৰাজ্যবোৰ পুনৰুদ্ধাৰ কৰি, পৃথিবীত সৰ্ববপ্রকাৰ, শান্তি প্রতিষ্ঠা কৰিবৰ উদ্দেশ্যে এখন “সন্মিলিত জাতি সঙ্ঘ” ( 0]. থৈ, 0.) স্থাপন কৰিলে।

সন্মিলন £- লৰ্ড ওৱাভেলৰ শাসন কালতে

দ্বিতীয় মহাসমৰৰ ওৰ পৰে। ১৯৪৫ খুঃৰ জুন মাহত ল্ড ওৱাঁভেলে ৰাজনৈতিক সমস্তা সমাধানৰ কাৰণে এটি নতুন প্রস্তাব উপস্থিত কৰি কংগ্রেচী নেতাসকলক মুক্তি দিয়ে। তেওঁৰ উদ্তোগত চিমলাত বিভিন্ন ৰাজনৈতিক দলবোৰৰ সম্মিলন হয়। কিন্তু কংগ্রৰেচ আৰু মুছলিম লিগৰ মতানৈক্য হোৱাত এই সম্মিলন ব্যৰ্থ হয়।

নতুন নিৰ্ব্বাচন £--১৯৪৫--৪৬ খৃঃৰ শীতকালত কেন্দ্ৰীয় আৰু প্ৰাদেশিক আইন সভাসমূহৰ নতুন নিৰ্ববাচন হয়।

মন্ত্ৰী-মিচন £--ইতিমধ্যে ইংলণ্ডতে| নতুন নিৰ্ববাচন হৈ আগৰ ৰক্ষণশীল দলৰ হাতৰ পৰ| শ্রমিক দলৰ হাতলৈ শাসন- ভাৰ আঁহে । মিঃ এটলি প্ৰধান মন্ত্ৰী হয় আৰু লৰ্ড পেঠিক লৰেঞ্চ ভাৰত-সচিব হয়। ১৯৪৬ খুঃৰ,মাৰ্চ মাহত লও পেঠিক লৰেঞ্চ দুজন মন্ত্ৰী চাৰ ষ্টাফোৰ্ড ক্ৰিপচ আৰু মিঃ এ, ভি, আলেকজেণ্ডাৰক লগত লৈ ভাৰতলৈ আহে। তেওঁলোকে


=” অৱ