পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ললসসপ্প স* +=

বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৭৭

ৰাইজে ভোট দি বাছি পঠোৱ৷ ব্যৱস্থাপক সভাৰ সদস্য সকলৰ পৰ| গৱৰ্ণৰে মন্ত্ৰী নিৰ্বীচন কৰি লোৱাৰ প্ৰথা হয়। শিক্ষা, স্বাস্থ্য, কৃষি, স্থানীয় ব্বায়ত্ব-শাসন আদি বিষয় পৰিচালনাৰ ভাৰ মন্ত্ৰী সকলৰ হাতত দিয়| হয়। অর্থ, পুলিচ, বিচাৰ ইত্যাদি বিভাগৰ ভাৰ গৱৰ্ণৰ আৰু তেওঁৰ কাধ্যকৰী সভাৰ ওপৰত দিয়া হল।

জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ১৯১৯ খৃঃৰ শাঁসন” সংস্কাৰৰ পৰ| ভাৰতবাসীৰ প্রকৃততে একে| লাভ নহল। ফলত দেশজুৰি তুমুল গণ-আন্দোলন আৰম্ভ হল। এই আন্দোলন দমন কৰিবৰ কাৰণে চৰকাৰে ৰাওলট আইন প্ৰৱৰ্ত্তন কৰে। এই আইনৰ বিৰুদ্ধে আন্দোলন হল। পঞ্জাৱত বিক্ষোভ দমন কৰিবৰ কাৰণে সামৰিক আইন জাৰি কৰা| হল। অমৃতসৰৰ জালিয়ানৱালাবাগ নামৰ ঠাইত এটা শোভাযাত্ৰাত প্ৰায় ২০১০০ মানুহ গোট খাইছিল। ডায়াৰ নামৰ এজন বৃটিচ সেনানায়কে এই নিৰস্ত্ৰ জনতাৰ ওপৰত গুলি বৰ্ষণ কৰে। তাত বহুতে মান্তই হতাহত হয়। তেতিয়া মহাত্ম| গান্ধীৰ নেতৃত্বত দেশময় “অসহযোগ আন্দোলন” আৰম্ভ হয় (১৯১৯)।

মহাত্ম| গান্ধী £--১৯১৯ খবৃঃৰ শাসন সংস্কাৰৰপৰ৷ আশান্তৰূপ

“ফল নহল বুলি বহুত ভাৰতবাসীয়ে চৰকাৰৰ বিৰূদ্ধে আন্দোলন

চলালে । এই আন্দোলনৰ নাম অসহযোগ আন্দোলন ৷ মহাত্ম| গান্ধী এই আন্দোলনৰ প্ৰৱৰ্ত্তক । তেওঁৰ প্রতি ভক্তি, শ্ৰদ্ধ

থকাৰ গতিকে দিনে দিনে এই আন্দোলনত মানুহ সৰহ হৈ

যাবলৈ ধৰিলে৷

১২