পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬০ ভাৰত বুৰঞ্জী এই বিলাকৰ ফলতেই ভাৰতৰ ৰজা, প্ৰজা সকলোৰে মনত

বুটিচ শাসক সকলৰ প্রতি অসম্ভোষ আৰু বিদ্বেষভাৱৰ স্তঠি হৈছিল৷


লভ কেনিং ৷

লৰ্ড ডেলহাউচিৰ ৰাজ্যবিস্তাৰ নীতিয়ে ভাৰতৰ সকলে৷ দেশীয় ৰাজ্যৰ ৰজা, প্রজা, চিপাহীৰ মনত আতঙ্কৰ স্থষ্টি কৰিছিল। দেশীয় ৰাজ্যবোৰৰ স্বাধীনতা হৰণ কৰাত সিংহাসনচ্যুত বজাসকল আৰু তেওঁলোকৰ প্রজাবিলাকে নান| তৃঃখ দুৰ্দশ' ভোগ কৰিব লগাত পৰিল। চিপাহী বিলাকে৷ কৰ্ম্মন্যুত হৈছিল। ফলত হিন্দু-মুছলমান নিবিবশেষে সকলে| দেশবাসীৰ মনত অসন্তোষৰ ভাবে ঠাই পাইছিল। অযোধ্যাৰ নৱাবক পদচ্যুত কৰা, নানাচাহাবৰ বৃত্তি বন্ধ কৰা আৰু শেষ