পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৪ ভাৰতৰ সংবিধান সপ্তম অনুসূচী ৩৯। বাতৰি কাকত, কিতাপ আৰু মুদ্ৰাণালয় সমূহ। ৪০। [ সংসদব দ্বাৰা-প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত].বাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বুলি ঘোষিত বিলাকৰ বাদে আন পুৰাতত্ব সম্বন্ধীয় স্থান অকি ভগ্নাৱশ্যে বিলকি। ৪১। বিধিবদ্বাৰা উদ্বাস্তু সম্পত্তি বুলি ঘোষিত সম্পত্তিৰ (যাৰ অন্তৰ্গত কৃষি ভূমিও হ’ব) অভিক্ষা, পৰিচালনা আৰু ব্যয়ন। [৪২। সম্পত্তি অৰ্জন আৰু অধিগ্ৰহণ।] ৪৩। বাকী থকা ভূ-বাজস্ব, আৰু এনে বাকী থকা ভূ-বাজস্ব ৰূপে আদায়যোগ্য ধন অন্তৰ্ভুক্ত কৰি। ৰাজ্যখনৰ বাহিৰত উদ্ভৱ হোৰ কৰ সম্বন্ধীয় দাবী আৰু অন্যান্য চৰকাৰী দাবী সমূহৰ সেই ৰাজ্যত আদায় কৰা। ৪৪। জুডিচিয়েল ষ্টাম্পযোগে সংগৃহীত শুল্ক আৰু ফিজৰ বাদে আন আন মুদ্ৰাংক শুল্ক সমূহ, কিন্তু মুদ্ৰাংকশুল্কৰ নিৰিখ ইয়াব ভিতৰত নপৰে। ৪৫। সূচী-২ বা সূচী-৩ ত বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ প্ৰয়োজনৰ বাবে অনুসন্ধান আৰু পৰিসংখ্যা। ৪৬। এই সূচীৰ বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত উচ্চতম ন্যায়লয়ৰ বাহিৰে আন সকলো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতাসমূহ। ৪৭। এই সূচীৰ বিষয় সমূহব যিকোনোটোৰ সম্বন্ধত দিবলগীয়া ফিজ, কিন্তু কোনো ন্যায়ালয়ত লোৱ ফিজ ইয়াৰ অন্তৰ্ভুক্ত নহয়। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৭ ধবাৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ২। উক্ত অধিনিয়মৰ ২৬ ধাৰাৰ দ্বাৰা মূল প্ৰবিষ্টিৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত।