পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[4] অনুচ্ছেদ পৃষ্ঠা ১৫৫ ৩৫৯ক। [ নিৰসিত ] ৩৬০। বিত্তীয় সংকট বিষয়ক উপবন্ধসমূহ। ১৫৬ উনবিংশ ভাগ বিবিধ ৩৬১। ১৫৭ ৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু ৰাজ প্ৰমুখৰ ৰক্ষণাবেক্ষণ। ৩৬১ক। সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলৰ কাৰ্য্যবাহী প্ৰকাশনত ৰক্ষণাবেক্ষণ। ১৫৭ ১৫৮ [ নিৰসিত। OVO! কিছুমান সন্ধি, কৰাৰ আদিৰ পৰা উদ্ভৱ হোৱা বিবাদৰ সম্প ন্যায়ালয়ৰ হস্তক্ষেপৰ ওপৰত বাধা আৰোপ। ১৫৮ ৩৬৩ক। ভাৰতীয় ৰাজ্যৰ শাসকসকলৰ প্ৰতি প্ৰদত্ত মান্যতাৰ অন্ত আৰু বিশেষ মাননীৰ বিলোপ। ১৫৮ ৩৬৪। প্ৰধান বন্দৰ আৰু বিমান কোঠ সম্পৰ্কে বিশেষ উপবন্ধ। ৩৬৫। সংঘই দিয়া নিৰ্দেশাৱলী পালন কৰিবলৈ বা কাৰ্যকৰী কৰিবলৈ অপাৰগ হোৱাৰ ১৫৯ পৰিভাষা। নিৰ্বচন। ৩৬৭। ১৬২ বিংশ ভাগ সংবিধান সংশোধন ৩৬৮ সংবিধান সংশোধনৰ বাবে সংসদৰ ক্ষমতা আৰু তাৰ প্ৰক্ৰিয়া। ১৬৩ ৩৬৯। একবিংশ ভাগ অস্থায়ী, অন্তৰ্কালীন আৰু বিশেষ উপবন্ধসমূহ সমবৰ্তী সূচীৰ বিষয়বস্তু হিচাপে ধৰি ৰাজ্যসূচীৰ কিছুমান বিষয়ত বিধি প্ৰণয়ন কৰিবলৈ সংসদক দিয়া অস্থায়ী ক্ষমতা। ১৬৪ ৩৭০। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ সম্বন্ধত অস্থায়ী উপবন্ধসমূহ। ১৬৪ ৩৭১। মহাৰাষ্ট্ৰ আৰু গুজৰাট ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ১৬৫ ৩৭১ক। নগালেণ্ড ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ৩৭১খ। অসম ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ১৬৯ ৩৭১গ। মণিপুৰ ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ৩৭১ঘ। অন্ধ্ৰ প্ৰদেশত ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধসমূহ। ১৬৯ ৩৭১ঙ। অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন। ১৭২ ৩৭১চ। চিকিম ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধসমূহ। ১৭২