পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৭ ঊনবিংশ ভাগ বিবিধ ৩৬১।(১) ৰাষ্ট্ৰপতি, বা কোনো ৰাজ্যৰ ৰাজ্যপালবাৰাজ-প্ৰমুখ তেওঁৰ পদৰক্ষমতা আৰু কৰ্তব্য ৰাষ্ট্ৰপতি, ৰাজ্যপাল প্ৰয়োগ আৰু পালন কৰা কাৰণে বা সেইবোৰ ক্ষমতা আৰু কৰ্তব্য প্ৰয়োগ আৰু পালন কৰোতে তেওঁ আৰু ৰাজপ্ৰমুখৰ কৰা বা কৰা বুলি ধৰা কোনো কাৰ্য্যৰ কাৰণে কোনো ন্যায়ালয়ৰ ওচৰত উত্তৰদায়ীনহব ঃ ৰক্ষণাবেক্ষণ। পৰস্তু, অনুচ্ছেদ ৬১ ৰ অধীনত অনা অভিযোেগ সম্পৰ্কে অনুসন্ধান কৰিবলৈ সংসদৰ যিকোনোটো সদনৰ দ্বাৰা নিযুক্ত বা নিৰ্দিষ্ট কোনোেন্যায়ালয়,ন্যায়াধিকৰণবা নিকায়ে ৰাষ্ট্ৰপতিৰ আচৰণ পুৰ্নবিলোকন কৰিব পাৰিব। অধিকন্তু, ভাৰত চৰকাৰ বা কোনো ৰাজ্যৰচৰকাৰৰ বিৰুদ্ধে যথাবিহিত কাৰ্যবাহীআনিবৰ বাবে থকা কোনো ব্যক্তিৰ অধিকাৰৰ ওপৰত এই খণ্ডৰ কোনো কথাই নিবন্ধন আৰোপ কৰা বুলি অৰ্থক নহব। (২) ৰাষ্ট্ৰপতি বা কোনো ৰাজ্যৰ ৰাজ্যপালৰ [ '] বিৰুদ্ধে তেওঁৰ কাৰ্যকালৰ ভিতৰত কোনো ন্যায়ালয়তে যিকোনো ধৰণৰ কাৰ্যবাহী ৰুজু কৰিব বা চলাই থাকিব নোৱাৰিব। (৩) ৰাষ্ট্ৰপতিক বা কোনো ৰাজ্যৰ ৰাজ্যপালক [ ] বন্দী কৰিবলৈ বা কাৰাবাস দিবলৈ কোনো ন্যায়ালয়ৰ পৰা তেওঁৰকাৰ্যকালৰ ভিতৰত কোনো হুকুমজাৰিকৰিব নোৱাৰিব। (৪) ৰাষ্ট্ৰপতি হিচাপেবা কোনো ৰাজ্যৰ ৰাজ্যপাল [

  • ] হিচাপে তেওঁৰ

পদত অধিষ্ঠিত হোৱাৰ আগতে বা পিচত তেওঁৰ ব্যক্তিগত সামৰ্থ্যৰে কৰা বা কৰ্তৃমভিপ্ৰেত কোনো কামৰ সম্পৰ্কত ৰাষ্ট্ৰপতি বা কোনো ৰাজ্যৰ ৰাজ্যপালৰ [

  • ] বিৰুদ্ধে

প্ৰতিকাৰ দাবী কৰা কোনো চিভিল কাৰ্যবাহী তেওঁৰ কাৰ্যকালৰ ভিতৰত কোনো ন্যায়ালয়তে ৰুজু কৰিব নোৱাৰিব যেতিয়ালৈকে সেইকাৰ্য্যবাহীৰ স্বৰূপ, তেনে বাদৰ হেতু, যাৰ দ্বাৰা তেনে কাৰ্য্যবাহী আনিব খোজা হয় তেনে পক্ষৰ নাম, বিৰণ আৰু বাসস্থান আৰু তেওঁ দাবী কৰা প্ৰতিকাৰ সম্পৰ্কে বৰ্ণাই লিখিত সূচনা ৰাষ্ট্ৰপতিক বা যথস্থিতি মতে, ৰাজ্যপালক [ পৰা বা তেওঁৰ কাৰ্যালয়ত থৈ অহাৰ পৰা ধৰি দুমাহ সময় অতিবাহিত হৈনাযায়। ২[৩৬১ ক।(১) সংসদৰ যি কোনোটো সদনৰ বা বিধান সভাৰ অথবা যথাস্থিতি কোনো ৰাজ্যৰ সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলৰ যিকোননাটো সদনৰ কাৰ্যবাহীৰ মূলতঃ সত্য বিৱৰণী কোনো বাতৰি কাকতত প্ৰকাশ বিধান মণ্ডলৰ কৰাৰ সম্পৰ্কত কোনো ব্যক্তি কোনো ন্যায়ালয়ত চিভিল বা দণ্ড সম্বন্ধীয় কাৰ্য্যবাহীৰ বাবেদায়ীনহব, কাৰ্য্যবাহী প্ৰকাশন যদিহে সেই প্ৰকাশন বিদ্বেষপূৰ্ণভাবে কৰা বুলি প্ৰমাণিতনহয়? ৰক্ষণাবেক্ষণ। ] দিয়াৰ . পৰন্তু এই খণ্ডৰ কোনো কথাই সংসদৰ যিকোনোটো সদনৰ বা বিধান সভাৰ অথবা যথাস্থিতি কোনো ৰাজ্যৰ বিধানমণ্ডলৰ যিকোনোটো সদনৰ গোপন বৈঠকৰকাৰ্য্যবাহীৰ বিৱৰণী প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “বা ৰাজপ্ৰমুখ” শব্দসমূহ বোপকৰা হৈছে। ২।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৪২ৰ দ্বাৰা অনুচ্ছেদ ৩৬১ ক অন্তঃস্থাপিত কৰা হৈছে(২০-৬-৭৯, তাংৰ পৰা)।