পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১০৭ একাদশ ভাগ — সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ অনুচ্ছেদ ২৪৯-২৫২ ২৪৯ (১). এই অধ্যায়, পূৰ্বগামী উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও যদি ৰাষ্ট্ৰীয় স্বাৰ্থত বাজ্য সভাত উপস্থিত থকা আৰু ভোটদান কৰা সদস্য সকলৰ অন্যূন দুই-তৃতীয়াংশৰ দ্বাৰা ৰাজ্য সূচীৰ সমৰ্থিত সংকল্পৰ দ্বাৰা ঘোষণা কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে ৰাজ্য-সূচীত প্ৰগণিত আৰু কোনো বিষয়ৰ সংকল্পত বিনিৰ্দিষ্ট কোনো বিষয় সম্পৰ্কে সংসদে বিধি প্ৰণয়ন কৰা আবশ্যক আৰু সমীচীন, সম্বন্ধত সংসদৰ তেনেহলে সেই সংকল্প বলবত হৈ থকা সময়ত সেই বিষয় সম্পৰ্কে ভাৰতৰ সম্পূৰ্ণ ৰাজ্যক্ষেত্ৰৰ বাবে বা তাৰ কোনো অংশৰ বাবে সংসদে বিধি প্ৰণয়ন কৰাটো বিধি সংগত বিধি প্ৰণয়ন কৰাৰ ক্ষমতা। (২ খণ্ড (১) ৰ অধীনত পাৰিত হোৱা সংকল্প তাত বিনিৰ্দিষ্ট কৰা অনুযায়ী অনধিক এবছৰ কালৰ কাৰণে বলবত থাকিব। পৰস্তু, যদি আৰ যিমান বাৰ এনে কোনো সংকল্প বলবত বখাটো অনুমোদন কৰি খণ্ড (১) ত উপবন্ধিত ৰীতি অনুসৰি কোনো সংকল্প পাৰিত হয় তেতিয়া ভেনে সংকল্প, যি তাৰিখৰ পৰা এই খণ্ডৰ অধীনত অন্যথা সেই সংকল্প বলবত্ থকাৰ সমাপ্তি ঘটিলহেঁতেন সেই তাৰিখৰ পৰা অবিচ্ছিন্ন ভাবে আৰ এবছৰৰ কাৰণে বলবত্ থাকিব। ৩) যি বিধি প্ৰণয়ন কৰাৰ কাৰণে খণ্ড (১)ৰ অধীনত পাৰিত হোৱা সংকল্প অবিহনে সংসদ সক্ষম নহয় তেনে বিধি যিপয্যন্ত অক্ষমতা থাকে সেই পৰ্যন্ত সংকল্প বলব নোহাৱাৰ পিচত ছয় মাহ কালাবধিৰ সমাপ্তিত, উক্ত কালাবধিৰ সমাপ্তিৰ আগতে কৰা কৰ্ম বা কৰিবলৈ উপেক্ষিত কৰ্মৰ বাহিৰে আন ক্ষেত্ৰত প্ৰভাবহীন হব। ২৫০l (১) এই, ভাগত যিকোনো কথা থকা সত্ত্বেও যি কালাবধিত সংকট অবস্থা সংকট অৱস্থাৰ উদঘোষণা প্ৰবৰ্তিত হৈ থাকে সেই কালাবধিত সংসদৰ ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সমগ্ৰ বা উদঘঘাষণা প্ৰৱৰ্ত্তিত কোনো ভাগ বিশেষৰ কাৰণে ৰাজ্য-সূচীত প্ৰগণিত যিকোনো বিষয়ৰ সম্বন্ধত বিধি প্ৰণয়ন থকা সময়ত ৰাজ্য- কৰাৰ ক্ষমতা থাকিব। সূচীৰ কোনো বিষয়ত (২) যি বিধি প্ৰণয়ন কৰাৰ কাৰণে সংকট অবস্থাৰ উদ্ঘোষণাৰ অবিহনে সংসদ সংসদৰ বিধি প্ৰণয়ন সক্ষম নহয় তেনে বিধি যি পৰ্যন্ত অক্ষমতা থাকে সেই পৰ্যন্ত সংকট অবস্থা প্ৰবৰ্তনৰ কৰাৰ ক্ষমতা। সমাপ্তি ঘটাৰ ছয় মাহ কালাবধিৰ সমাপ্তিত উক্ত কালাবধিৰ সমাপ্তিৰ আগতে কৰা কাৰ্য্য বা কৰিবলৈ উপেক্ষিত কৰ্মৰ বাহিৰে আন ক্ষেত্ৰত প্ৰভাবহীন হব। ২৫১৫ অনুচ্ছেদ ২৪৯ আৰু ২৫০ ৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলৰ এই অনুচ্ছেদ ২৪৯ আৰু সংবিধানৰ অধীনত কোনো বিধি প্ৰণয়ন কৰিবলৈ থকা ক্ষমতাৰ ওপৰত নিৰ্বন্ধন আবোপ ২৫০ৰ অধীনত নকৰে, কিন্তু কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত কোনো বিধিৰ কোনো উপবন্ধ যদি উক্ত যিকোনোটো অনুচ্ছেদৰ অধীনত থকা ক্ষমতাৰে সংসদৰ দ্বাৰা কৃত কোনো বিধিৰ সংসদৰ দ্বাৰা কৃত কোনো উপবন্ধৰ বিৰুদ্ধে হয়, তেনেহলে সংসদৰ দ্বাৰা কৃত বিধি অভিভাবী হব লাগিলে যি বিধি আৰু ৰাজ্যিক ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত বিধিৰ আগতেই পাৰিত হওক বা পাচতেই পাৰিত হওক, বিধান মণ্ডলৰ দ্বাৰা আৰু ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা কৃত বিধি বিৰোধৰ মাত্ৰা পৰ্যন্ত, কিন্তু যেতিয়ালৈকে সংসদৰ কৃত বিধিৰ মাজত দ্বাৰা কৃত বিধিৰ প্ৰভাব চলি থাকে তেতিয়ালৈকেহে, অপ্ৰবৰ্তনীয় হব। অসংগতি। ২৫২৷ (১) যদি দুই বা ততোধিক ৰাজ্যৰ বিধান মণ্ডলৰ এইটো বাঞ্ছনীয় বুলি প্ৰতীত হয় যে অনুচ্ছেদ ২৪৯ আৰু ২৫০ত উপবন্ধিত অনুসাৰ ব্যতিৰেকে ৰাজ সমূহৰ কাৰণে বিধি সম্মতিক্ৰমে দুই বা প্ৰণয়ন কৰিবলৈ সংসদৰ ক্ষমতা নথকা কোনো বিষয় এনে ৰাজ্যত সংসদ কৰ্তৃক প্ৰণীত ততোধিক ৰাজ্যৰ বিধিৰ দ্বাৰা বিনিয়মিত হোবা উচিত, আৰু যদি সেই ৰাজা, সমূহৰ বিধান মণ্ডল সমূহৰ কাৰণে সংসদৰ বিধি সকলোবোৰ সদৰ দ্বাৰা সেই মৰ্মে সংকল্প পাৰিত হয়, তেনেহলে সেই বিষয়টো তদনুসাৰে প্ৰণয়ন কৰাৰ ক্ষমতা বিনিয়মিত কৰি কোনো অধিনিয়ম পাৰণ কৰাটো সংসদৰ বাবে বিধিমান্য হব, আৰু সেইদৰে আৰু তেনে বিধি পাৰিত যি কোনো অধিনিয়ম তেনে ৰাজ্যত প্ৰয়োগ হব, আৰ আন যি ৰাজ্যই ইয়াৰ পিচত আন যি কোনো সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ দ্বাৰা অথবা য'ত দুটা সদন, থাকে তাত তেনে প্ৰত্যেক সদনৰ দ্বাৰা সেই মৰ্মে পাৰিত সংকল্পৰ দ্বাৰা এনে বিধি গ্ৰহণ কৰে তেনেকুৱা যি কোনো বাজ্যৰ দ্বাৰা গ্ৰহণ। ৰাজ্যত ই প্ৰয়োগ হব।