পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাগ্যপৰীক্ষা

 

প্ৰস্তাৱনা।

হিমালয় শৃঙ্গ।

নৃত্য গীত।

ধনকন্যা-

ধন্য ধন্য ধন্য ধন্য ধনেই ধন্য ধৰণীত।
ধন পালে হয় অভাৱ নষ্ট, নৰয় কষ্ট কদাচিৎ।
 ধনক ৰাখে প্ৰণক এৰি
 ধৰম কৰম পৰিহৰি
চনেহ মৰম ধৰম কৰম ধনৰ আগত পৰাজিত।
 খনেই কৰে সৰুক ডাঙৰ
 নগৰ সাগৰ সাগৰ নগৰ
ধনৰ বলৰ দৰে আৰু কাৰ আছে বল আচৰিত।