পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অহল্যা হৰণ। পাইল হেমৱন্ত গিৰি-ৰাজৰ নিকট। দেখিলন্ত জগত পাবনী গঙ্গা তাত। সুকোমল বালি দুগ্ধ সম শুক্ল জল। হেন গঙ্গাতীৰে উপসন মহাবল। পৰিমিত ভিত্তি বান্ধিলন্ত গঙ্গা তীবে। পাৰিলেক কুশাসন তাহাব উপবে। তাহাব উপৰে পাৰিলেক ব্যাঘ্ৰ ছাল। শ্বেত বস্ত্ৰ সবাবেসে উপবে থাপিল। পূজাব সম্ভাৰ পাছে মিলাহল তহিত। কৰিলন্ত পাছে স্নান নামি জাহ্নৱীত। তিল কুশ ধৰি পিতৃ দেৱক অৰ্পিল।। গুৰুক সুমৰি সেই আসনে বসিলা কায়-বাক্য-মন-বুদ্ধি কবিল' নিয়ম। শিব-গ্ৰীবা-কঙ্কাল-শৰীৰে কবি শ্ৰম। একো দিশ বিদিশ নাচন্ত নেত্ৰ দুই। ঈষৎ দৃষ্টিয়ে নাসিকাৰ অগ্ৰ চাই। শবীৰ নছলৈ মন নাযায় একে। ভিত। নিৰ্বায়ু স্থানৰ যেন প্ৰদীপ আকৃতি। এহি মতে শৰীৰক কৰিয়া নিশ্চল। বিষ্ণু মন্ত্ৰ জপি ৰহিলন্ত মহাবল।