পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৫৩
 

বাচসিক অকুশল কৰ্ম্ম আৰু মানসিক অকুশল কৰ্ম্মৰ মাজত থকা এই পাৰ্থ্যকৰ প্ৰতি ধ্যান নাযাব।

 অশোকৰ দিনত এই সুত্তবোৰ এনে ভাৱেই আছিল নে সংক্ষিপ্ত আছিল তাক কোৱাটো টান। তথাপি সংক্ষিপ্ত হলেও তাৰ সাৰ মৰ্ম্ম যে এয়েই আছিল সেই বিষয়ে কোনো সন্দেহ নাই। 'সুত্তপিটক'ৰ আটাইতকৈ পুৰণি সুত্তবোৰৰ লগত পৰিচিত হবলৈ এই সাতোটা সুত্তই

যথেষ্ট সাহায্য কৰে।

 ২৩