ব্ৰহ্মবৈৱ পুৰাণ এক বৰ্ণ ভূইব ব্ৰাহ্মনদি জাতি চয়। বেদমত বিবাহ তেজব দুৰসয়॥ জ সুত্ৰ লিককে। দ্বিজে নধৰিবে। সুদ্ৰ ধৰ্ম্ম চয় দ্বিজে সদায় কৰিবে। ৭৯২ সন্ধ্য। গযত্ৰি হিন হৈবে জানিব। প্ৰিৰ। সৰ্বদায়ে তাসত্য বুলিৰে নিৰন্তৰ : সদায়ে প্ৰতি গ্ৰহ কৰিয়া থাকিব। সি উদৰৰ অৰ্থে জাতিক তেজিবৰ ৭৯৩ সমস্তকে • ভক্ষন কৰিব দ্বিজ চয়। তাকে ভঙ্গিবেক জানিব। নিচ্ছয়। সদ দা}ে লম্পত হৈবে নৰচয়। পৰস্পৰে বিবাদ কৰিৰে নৰচয়। ৭৯৪ নাৰিমধ্যে কদাচিত। সতি নeৈসেক। গৃহে গৃহ বেসা। য়ৈ। সদা গকিকে॥ সদায়ে স্বমিক কৰিৰ ৰিস্কাৰ। ভূতাতুল্য হুয়া এডবেক সদাচৰ। ৭৯৫ স্বামি সবে বৰ্ম মনে ভানাৰ ভয় | নাৰি সবে দুধ bয় দিবেক সত। উপপতি সমে থ কবেক নাৰি৷ সবদাই উপপৰিসে হৈব মন | ৭৯৬ দধি দুধ তান্ন বস্ত্ৰ 3:জে ৩াল। পূন স্বামিক বঞ্চি দিবেক সকল অহংৰকনেদিকে আপুন স্বামিক। দুস্থ কৰি আমি সম সদ। গাকিবেক। ৭৯৭ বিসতুল্য স্বামিক দেখিব নাৰি চ॥ সদায় বালক তোমাৰ পুত্ৰ মঞি। কিকহিবে। তযু পূত্ৰ আমি ধৰ্ম্ম জয়ী নব নিহ ঘৃত দুধ দৰি ক চয়। ৭৯৮ লড় পিঠা না মধু থৈ বা মহাসয়। অমৃত সমান হলে দ্ৰব্য চয় সাৰ। কান্দিয়া ভুঞ্জিলো আমি গৃহত তোমাৰ। পিতৃদেৰ তাপে তুমি তাৰ জত্ন কৰি॥ ৭৯ তাহিক ভুঞ্জিলো আমি বলে চুৰি কৰি। কালেকৰ ক্ৰন্দন জানিবা মহাবল। মোৰ পৰাপ বাপ থেমিয়ে। সকল পদে পদে দোষ চয় জানা বালেক। তুমি পিতৃ ভযু পুত্ৰ মই প্ৰজেস্বৰ। মোহোৰ জননি বাপ যাদাযে আই। ৰোহিনিত কৈব মেব বৰ্তাক বুজাই॥ ৮০ সনই কুমাৰ মুখে জি সব সুনিল॥ বড় চয় দুৰ্গাদেব যেনমতে দিন। গোকুল বাসিত মি বহিৰ। সবল। বিনয় বটন মাৰ কেবা মহল | ৮০২ বন্ধ বান্ধৱৰ &েগ কালে যে কয়। বিজোকা বৰে কাকে জানা হয়। বিবিস পৃতিকো কৰে অতিকো কৰে। শৃষ্টি স্থিতি জগক কালেসে সংহৰ ৮০৩ সুখ দুখ ও ন্ম মৃত জড়া সেক ভয়। কা নুসৰি কলে সবাকে কয়। হে ব প ক ল ক জ নিৰা সকল। ইহাত বিস্ময় নকৰিব। মহাবল। bos বেস্য ৰজা আচিলাহ তুমি গোকুল হ। জন্ম অথৰাত মঞি বসুদেৱ হত। কংস ভয় পিতৃ নিয়া থৈল। পলুঙ্গই। কলমে আম কৰিলা এক ঠাই॥ ৮ ৫ কলে গনি কবষে থৈলা বেলগাই। মাতৃত তাপক মাতৃ জষোদ। যে যাই। পিতৃত অধিক পিতৃ তুমি নন্দ ৰাই॥ ৮০৬ সঞ্জ। বিজোগ কাল ইশ্বৰে কৰয়ী। মএ দত্ত জ্ঞানে সোক কৰা উপসান্ত। পতিৰ বোধে মন কৰিয়ে। একান্ত। মোহ পাষ তেজি পিতৃ চা গোকুল ক। সৰ্ব্বও জ্ঞাত ভৈলা পাইলা ইশ্বৰক। ৮০৭ নন্দ নিগদতি পুত্ৰ সুনা নাৰায়ন। I.
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৯৬
অৱয়ব