সমললৈ যাওক

পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ ব্ৰহ্মসৈৱৰ্ত্ত পুৰাণ। ৰোপ্য বস্ত্ৰ তাম্বুলক ৰাচকক দিন। শ্ৰভাৱে সুনি পাপ বিমোচন হৈব। ৫৫৭ হে পিতৃ নন্দৰাজা ব্ৰাহ্মনক প্ৰতি। সুবৰ্ণ সতেক দিয়া কৰিয়ে। প্ৰনতি। ৰৌপ্য বস্ত্ৰ তামুলক প্ৰতি অৰ্থে মোৰ। দিয়া নমস্কাৰ কড়া কৰি কৰ জোৰ। ৫৫৮ ব্ৰহ্মবৈৱৰ্ত্তৰ পদ মহা পুনৰ। শ্ৰীকৃষ্ণৰ জন্ম খণ্ড আতি মনোহৰ। পমিত অতৰ কথা মনোৰম। কৰ্মৰ বিপাকে নাম সবাতে উত্তম n ৫৫৯ দাভাৱে সুনি পাতেকৰ বুন্দামাৰ। সুনা সভাসদ পুকথা তামাৰ জামদগ্নি মৃত পশুৰাম অবতাৰ। পিতৃ বাক্যে মাতৃক কাটিল। আপোনাৰ। ৫৮. পৰশু কুঠাৰ ভান হাতত গিল। সমস্ত হিত ঋষি প্ৰটি ফুৰিল। তথাপিতো তান হাতে কুঠাৰ নেৰাইল : পাছে পুদিসে ঋষি চলিয়া আসিল। ৫৬১ ব্ৰহ্মকুণ্ড পুদিষে কমিয়ে পাইল। তিৰ্থৰ সমিপে বঋষি চলি। পৰম্ব সহিতে হস্ত তাতে জাৰাই ৰৈ। ঋষিৰ হাতৰ পশু নিলগি বহি॥ ৫৬ চৰ্য্য দেখি। মুনি মহত্ব তিৰ। মনে বিমসি কৰি মুনিড়। পৰশুয়ে পৰ্বতক ছেদি মুনি বড়। ব্ৰহ্ম পুৰ মহাতিৰ্থ আসিল সত্যৰ | ৫৬৩ ব্ৰহ্মকুণ্ড সমিপত ব্ৰহ্মন মঞ। সংস্থাপন কৰিবাক ঋষি মহাসই। কৌনজ পুৰক লাগি কৰিা গমন। তাত কন্তে সাত গোত্ৰি আনিল ব্ৰাহ্মন॥ ৫৬৪ বহুত্তৰ আনো বুলি কৰিলা গমন। বহুত ব্ৰাহ্মন পাছে ঋষি আনিলন্ত। হাবুত সিতে। দ্বিষ গনক পৈলন্ত। ব্ৰহ্মকুণ্ড গৈয়া গৃহ ৰাসিক নিৰ্মিল। পুনু আসি ব্ৰাহ্মনক লগক নপাইল ৫৬৫ সাপদিয়া পৰাম পচিয়ে চলিল। পুব অনিত দিয সেহি থানে গৈল। পৰ কালে দেৱ গোপাল যে মহা সম্ভ। দেৱৰ পাৰত তেহে সত্ৰ পাতিলন্ত॥ ৫৬৬ সাত পোলি প্যে পুলে পুৰুষ আমাৰ। গোপালেয়ো মাতি আনি কৰি সহকাৰ। শ্ৰদ্ধ কৰাইক প্ৰতি বচন বুলিল। পাছে দ্বিজে গোপালৰ আগত কহিল॥ ৫৬৭ যু শ্ৰাদ্ধ নকৰাইবো সপত অমা। হোম পুজা কৰিবা কৰিান্ত সাৰ। সস্ত্ৰ অলঙ্কাৰ দিয়া গোপাল মহ। হৰি ভৰতিয়ে নাম তাহানে থৈলন্ত॥ ৫৬৮ সিস সম পত্ৰ পতি গোপালে দিল। সোহ দিন। অনুসৰি মহন্ত ভৈলন্ত। হৰি ভৰয়ে কন্দলিক আনি দিল॥ হৰি ভাৰতৰ পুৰ অসুৰাৰি ভৈলা। ৫৬৯ তন পুত্ৰ ব্ৰ নাথ নামে উপজিল। সত্ৰ পাতি দিয়া তাস্ক সংস্থিতি কৰিা। তাহান তনয় ৰাম দেৱ ভৈল। জাত। তান পুত্ৰ অচুe আনন্দ নামে খ্যাত।.৫৭০ তাহান তনয় মধুমিশ্ৰ নাম জান তিন পুত্ৰ নিত্যানন্দ জনক আমাৰ তাহান তনয় আমি নাম বলোৰাম। পুণৰ পদ অ| সুনা তভিৰাম॥ ৫৭১ নন্দ নিদিতি মুনিয়োক ‘দুপতি। কোনো কেদাৰ ৰজা কহিয়ে। সম্প্ৰতি। কাৰ বংসে জম্মি আছে কৈন্যাৰ কি নাম। বাহুল্য কৰিয়া কহ। কথা অনুপম ৫৭৩ কৃষ নিগদতি না কথা ৰুচিকৰ। 1