সমললৈ যাওক

পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনুসাৰেও “তকৈ “ণ” যুক্ত হোৱা বেছি উপযোগী যেন লাগে, আৰু গৰ পুথিবিলাকত প্ৰায়ে ‘কৃষ" হে লিখা দেখা পোৱা গৈছে। মহা পুৰুষ মাধৱ দেবেও এই শব্দৰ নাম-অন্বয় কৰে নাম-ঘোত এইদৰে লিখিছে “য, হেন শব্দ ইটো পৃথিবী বাচক লৈ ৭ আনন্দত প্ৰবৰ্ত্তয়। দুইৰৰ একপদ ভৈল পৰমব্ৰহ্ম ৰূপ কয় নাম আনন্দক নং কয়। এখন সামৰণি। বলোৰামৰ ৰচিত এইখন ব্ৰহ্মবৈবৰ্ত পুৰাণ পুথিৰ বাহিৰে আৰু বৈবৰ্ত পুৰাণ পূথি আছে। সেইখন কবিৰাজ চক্ৰবৰ্তীয়ে ৰচন: তো কেৱল : জখণ্ডৰ হে ভাঙনি আছে। দি কে <:ৰ ৰFন, গত কবিৰাজ চক্ৰবৰ্তীৰ খৰ পুথিৰে বহুত ঠাই মিল নাই। ৰয়োজনে একে শৰ পৰা যদি ভাঙনি কৰিছিল, তেন্তে তেওঁলোকৰ ভিতৰত হন তমিল কিয়? প'S পুথি নকল কৰোতাসকলেই ইমান গনিল ঘটাইছিল বুনি মান কৰিব নোৱাৰি। এই পুথিত কিন্তু বহুত শব্দৰ হা হামাৰ বোধগম্য নহল : 737 (17.01 'ল ৰাখ্যা দিব পৰা নহল। কেন? বিদ্বান লোক সেই শব্দ কিৰ ল বাপ কৰি আমাক জানিবলৈ দিলে নি তেওঁলোকৰ ওচৰত পৰা পাচলৈ আমাৰ পুথিৰ দ্বিতীয় এব ছ: কবে শুধৰা। শু দিব। দুপ: ক ২১ বৰ্তমান সেই শবিলাকৰ কোনো নোৱাৰা হা!নাক ক্ষমা কবে। ইতি। এদেৱেশ্বৰ চলিহ। সান সাহিত্য 1. যোৰহাট, এখ। rি 35. 15777