vo পৰণ। 5117 পৰা এইটো ও জিব পাৰি নে তেওঁ শব্দাৱলীত বৰ চহকী নহয় আৰু ছন্দ বাক্য। যকিওঁতে তেওঁ বৰ পাৰ্গ তালি দেখুৱাব পৰা নাই। বব ব্ৰহ্মবৈবৰ্ত পুৰাণ ঢাৰিখণ্ড বুলি জনা যায়। ব্ৰহ্মখণ্ড, প্ৰকৃতি খণ্ড, গণপতি খণ্ড আৰু এক ন্মে খণ্ড। আমি বহু চেষ্টা কৰিও অসমীয়া ভাষাত শ্ৰীকৰাখণ্ডৰ বাহিৰে অন্যান্য খণ্ড পুথি থকা জানিব নোৱাৰিলে। ইয়াৰ কাৰ এই হব পাৰে, যে বৈষ্ণব-পান তসম দেশত শ্ৰীক জখণ্ডৰ নিমিত্তেহে মানুহৰ বৰ পাটতি ছিল গৰু সেই কাৰণে এই খণ্ডকহে অসমীয়া ভাষাত ভঙা হৈছিল। বাকী কেইখণ্ড ৫। নহল। সি যি হক, আমি ৰহ্মবৈবৰ্ত পুৰাণৰ অকল কৃষ্ণ জন্ম খণ্ড পাই তাকে ছপা কৰি প্ৰকাশ কৰিলে॥ বাকী কেই খও যদি পাচলৈ কোনো ঠাই পোৱা হয়, সাহিত্য সভাই ছপাবলৈ 9,47! এই ৰ ভিতৰতে কিন্তু প্ৰথম আধ্যাত কৃষৰ উপনয়নৰ পৰা কিাণী হৰণ পৰ্যনুহে কৃষ্ণৰ কথা। তাৰ পাচৰ আধ্যাত বাহিৰৰ কথা। যেনে :- স্বপ্নৰ ফল-ফল, বা ভগ আৰু কি দ্ৰব্য অভক্ষা তাক বৰ্ণনা কৰি—অভক্ষ্য দ্ৰব্য খালে প্ৰায়শ্চিত্তৰ বিধান, পাপৰ পৰিচয়, ব্ৰাহ্মণৰ মাহাত্ম্য, শৃদিৰৰ কৰ্তব্য ইত্যাদি বহুল -17.1 বণনা কৰিছে। পাচ! চন্দ্ৰ কৰ্তৃক তাৰ দেবীৰ সতীত্ব হৰণ আৰু তাৰ বাৰ দেৱাসকলৰ ভিতৰত মহা কৌতুহল আৰু বুদা দেবীৰ তপস্যা আদি বৰ্ণনা কৰি কৰ বিয়োগত পিকাৰ শোক নানা প্ৰকাৰে বৰ্ণনা কৰি পুথি সমাপ্ত কৰিছে। পৃথিৰ আখৰ যে টনিৰ সম্পৰ্কে কবলগীয়া এই যে গোটেই পুথিত কবিয়ে কোনো নিৰ্ধাৰিত আখৰ যে টনি লৈ লিখা নাই। একেটা শব্দকে ভিন ভিন, সে নি। এই ভিন ভিন আখৰেৰে লিখিছে। পুৰণা পুথিত থকাদৰে বণৰ কোনো সাল- সলনি নকৰাকৈ ছপাকৰা ভাল যদিও ওপৰত দিয়া কাৰণৰ বাবে প্ৰথম অধ্যাত আধুনিক আখৰ যেটনি তানুসাৰে ছপা কৰি দ্বিতীয় আধ্যাত পুথিত যেমে আছে তেনে ছপা কৰা হ'ল। আখৰ যোটিনি কোনো নিৰ্ধাৰিত বৰ্ণ অনুসাৰে পুথিত নিলিখা কল এইখন পৃথিতেই নহয়, প্ৰায় সকলে। পুথিত এনেকৈ লিখা পাওঁইক। ইয়াৰ দ্বাৰাই ইয়াকে সিদ্ধান্ত কৰিব পাৰি, যে আগৰ কালত আমি যেনেকৈ কওঁইক ঠিক তেনেদৰেই লিখিছিল। বৰ্ণমালাত একে, উচ্চাৰণৰ কেবাটাও বৰ্ণ আছে কাৰণে যেতিয়াই যি বণেৰে সুবিধা পাইছিল, সেই বণেৰেই লিখি থৈছিল। হস 'ই', দীৰ্ঘ ‘ই', হস 'উ', দীৰ্ঘ ‘উ'ৰ উচ্চাৰণত ভিন নাই। 'শ', 'ষ' আৰু ‘স'ৰে উচ্চাৰণত কোনো ভিন নাই। জ’, ‘যৰ ভিন নাছিল। গতিকে ‘সুন্দৰি’, ‘নাৰি’, ‘নাড়ি', লি', 'নদি,নদী', 'ছৰণ’, ‘ছিন্তি', 'দেবি', 'দেবী', 'দোস' ‘দিশ’, ‘দিষ’, ‘দাসি’ ইত্যাদি বাধে লিখি গৈছি। আজি কালি মাথোন আমি সংস্কৃত ভাষাৰ ব্যাকৰণৰ সুত্ৰেৰে অসমীয়া ভাষাত কথা লিখিবলৈ ধৰি উচ্চাৰণক লিখাৰ মূল নপৰি শব্দৰ আৰ্পি মূল সংস্কৃত শব্দৰে বৰ্ণ অনুসাৰে লিখিছেহঁক। কৃষ্ণ' শব্দ পুথিত প্ৰায়ে “কৃষ,' বুলি লিখা পোৱা গৈছে। আৰু ময়ৰী পুথিৰ মতেৰেই "কৃষ” ৰাখিছো। মোৰ মনেৰেও “কৃষ" লিখাহে শুদ্ধ। শব্দটোৰ উচ্ছাৰণৰ
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭
অৱয়ব