পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰণি হিংসা কৰি ভুমি চুৰি কৰি লয়। সিমাক ঠেলয় জিতো মন্দ দুৰ।সয়। ভুমি দান তাকে। অপহৰণ কৰয়। obis কাল সুত্ৰ নামে নক সিতো চলিজাই। মষ্টি বস সহস্ৰ নৰকে লৱে ঠাই। খুধা তৃসা লাগে তাত তথাপি থাকয়। নানা বেনাৱে দেহ দগধ হোৱয়। ৪৭ তাত পাচে সেহিকাল বিষ্টাপোক হয়। তা পাছে মন্দ সুদ্ৰ জনম ধৰয়। সুপ্ৰজন্ম ধৰি সিতো পাপী একবাৰ। দুইজন্মে সিতে। জন হোৱয় নিস্তাৰ॥ ৪৮৮ এতেকে পণ্ডিতে জত্ন কৰিয়া নিশ্বয়। দান বিসয়ত সাৱধানে আচয়॥ ৰক্তবস্ত্ৰ জিতে অপহৰণ কৰয়। একজন্ম ৰক্ত টি গৰ্ভত জন্ময়। ৪৮৯ 'তাত পছে এক জন্ম ভ্ৰমৰাত হয়। পাছে এক জন্ম মধু মাগিকত হয়। ৪৭৮ তাভ পাছে এক জন্মে সনৰ হয়। তাত পাঁছে এক জন্ম ৰয় তাহাত। তাত পাছে এক জন্ম ধৰে মষ | তাহ পাছে জন্মে এক ধৰয় ফুতিত। তাই পাছ এ জন্ম সন্ধাৰ পোকই॥ ৪৭৯ তাত পাছে সুত্ৰৰ গত কৰে ঠাই। মন্দ মন্দি ব্যাধি যুক্ত দ্বিজ হোৱে নাই? তৈল চোৰ কৰে জিতে তৈল পোক হয়। তিনি জন্মে সিৰ পোক সিন হোৱয়॥ ৪৮০ তাত পাছে স্বৰ্ণকাৰ গৃত জন্মায়। একজন্ম দুষ্ট মতি জনম ধৰয়। মিচা কৰি জিতোজনে কয় কাকত। আতুৰ মনৰ হৰে বা ধন জহ। ৪৮১ তপ্তকুণ্ড নামে নক ভুঞ্জে বসত। সুবৰ্ম বানিজ কৰে পাপ হোৰে অত। একজন্মে দুৰাচাৰ সিজন হয়। একশ্নে সুৰঃ ক কৰিয়া থাকয়। এক জন্ম কায়স্থত জন্মিয়া থাকয়। নিক্ষেপ স্বৰুপ দন্ত তাৰ নাহিকয়। একজন্ম স্বৰ্ণকাৰ এক বানিজাত। তিনিজম্মে লভে সিতো এক কায়স্থত। ৪৮৩ নমধ্যে মহাধু কৃপা নাহিকয়। পৃথিবিত মহা 'ধু তিনিয়ে নিচ্ছয়॥ হৃদয়ত খুৰাধাৰ কপট সদাই। তিনিমধ্যে বোলে সিষ্ট আছে নন্দনাই। ৪৮৪ সুবুদ্ধি সাস্ত্ৰ ধৰ্ম্মৱন্ত মনজাৰ। নিস্কপট সদায়ে কল্যাণ ৱে তাৰ। আপুনাৰ কল্যাণক জিনে বাঞ্চয়ী। এহি তিনিজাতিত বিস্বাস নঘটই। ৪৮৫ জিতো দুষ্টে সিমা অপহৰণ কয়। 8 > তাত পাছে মনুষ্যত তাৰ জন্ম হয়। মনুষ্যো জনম সিতে। নিস্তাৰ হোৱয়। পীত বস্ত্ৰ জিতো অপহৰণ কৰয়। একজন্ম দিতে পিত কিটত জন্ময়॥৪৯০ তাত পাছে একজন্ম সুত্ৰৰ গৰ্ভত। তাহ পাছে জন্ম ধৰে সিতো ব্ৰাহ্মনত। তিনি সন্ধা। হিন জিতে ব্ৰাহ্মণ হে ৰয়। প্ৰাইসত ভিজতে। নৰে শ্ৰৱন কৰয়। ৪৯১ সন্ধ্যাকাল দিবসতে জিনৰ সোৱয়। অজ্ঞ সুত্ৰ জিতো অপহৰণ কৰয়। আশুৰি কৰিয়। সন্ধ্যা জিজনে কয়। বেদ বেদঅঙ্গ পিতৃ জিজনে নিন্দয়॥ ৪৯২ তাৰ নিসিদ্ধ সুব্ধ পন্থ মহাসয়। তিনি জন্ম দিতে দ্বিজ পতিত হেয়। জিতে। মুদ্ৰ ব্ৰাহ্মনিক গমন কয়। কুম্ভিপাক নৰকক সিপাপি ভুঞ্জয়। ৫৯৩ তিনি লক্ষ বৎসৰক কুন্তি নৰকত।