পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ob ব্ৰহ্মবৈবৰ্ত পুৰাণ। মহাক্ৰোপ প দিতে মনুস্য গোৱয়। সাত জন্ম গৰ্দভত সিপুনু জন্ময়। ৪৬১ সদায় কলহ কৰি চিনে থা কয়। সত জন্ম বাৰসত সিজনে ৰয়। সালগ্ৰাম প্ৰতি গ্ৰহ জিনে কয়। কাল মুত্ৰ নৰকক সিজনে ভুঞ্জয় ৪৬৫ সত বস নক ভুঞ্জ পুঞ্জটা হই। তত দ্বিজ ভন্ম পায়। সিতো সুদ্ধি হয়। লোহা চোৰ কৰি নৰে নিসেস হোৱয়। মসি চোৰ কৰি কলিত জন্ম হয়। ৪৬৬ নাক চোৰ কৰি ভাটোক হয়। মিষ্ট। দ্ৰব্য চোৰ কৰি কুসিত জন্ম। গুৰু বিপ্ৰ দুইতো জিতো সে আচৰয়। তল্পায়ুস হুয়া পড়ে সিৰ কুসি হয়। ৪৬৫ বেস্যানাড়ি জিতে। জনে কয় গমন। চিৰকাল ৰেী ৰেীয়াক ভুঞ্জয় সিজন। তাত পাছে দেহ কুধি হৱে বস সত। মল মুত্ৰ দেহে থাই থাকয় সতত। ৪ ৮৬ তাত পাছে সিধ আতি যিজন হোৱয়। জাতি- হিন অস্পৃশ্য নাসিকা চেদ হয়। ৰক্ত দ্ৰব্য জিতো নৰে হৰণ কৰয়। তেজ ব্যাধি তাৰ দেহে নিশয় হোৱয়। ৪৬৭ আচাৰ হিন হুয়া জিপুন্য থাকয়। পড়ে যানত জন্ম তাহাৰ হোৱয়। জিতে। জনে সৰ্বকালে হিংসাক কয়। নিতো জন্মান্তৰে খঞ্জ” নিশ্বজে হোৱয়। ৪৬৮ অদিতি তৈলে সিতে। বংসৰ হোৱয়। দুষ্টদসি ভৈলে ৱে কামুক নিশ্বয়। অহঙ্কাৰি ভৈলে হৱে বিহিন কৰ। বেদক নিন্দিলে সিতো হৱে বধিৰ। ৪৬৯ বাক্য বাধ ভৈলে বোৰ। সিজন হোৱয়। হিংসা কৰি পৰ জন্মে কেস হিন হয়। মিচা বাদি গৈলে তিনি তাৰ হয়। দুবাক্য বচনে কে তাহাৰ নোয় ৪৭ সত্য ত্যাগে জিহ্বা হিন হোৱষ তাহাৰ। দুষ্ট তৈলে অল বিহিন আপোনা। ফিতে জনে পুপি অপহৰণ কৰয। মুখ হয়া ব্যাধিযুক্ত নিয় হোৱয়। ৪৭১ ঘোটক গ্ৰহন কৰে চোৰ জিৰা কৰে। নানা মুল কুও নক ভূঞ্জে সিতে নৰে। বৰ্ষ সত নৰকত সিতে। থিতি হুই। আত অনন্তৰে, ঘোটকত জন্ম হই ৪৭২ গজ চো যে গজ কল্প গ্ৰহন। সিষ্টা কুও নামে নৰ্ক ভুঞ্জে সিতে। জন। বৎসৰ সই তুঞ্জি হস্তি জন্ম পাৰে। সুদ্ৰ গভেজাত হবে তাত অনন্তৰে। ৪৭৩ জজ বিনে জিতো জনে চাগক নয়। চাগা চোৰ কৰে প্ৰতি গ্ৰহ কয়। পুঞ্জ কৃগু নৰকক সিজনে ভুঞ্জয়। সহ বৰ্ষ ভুঞ্জি চাগ গৰ্ভে জন্ম হয়। ৪৭৪ সহ বষ জন্মি মনুষত জন্ম হয়। তাহ সগনে তাৰ সিৰক চেদয়। তাত পাছে জন্ম ধৰে ব্ৰাহ্মনৰ ঘৰে। দ্বিজ জন্মে পুকৰি পাতেক নিৰে। ১৭৫ স্বদৰ্ত্ত বা পৰ দত্ত তিতা গুচায়। দিবো বুলি পাছে মোহে জিজো নেদিষয় মেস যোন নক সিতো ভুঞ্জিবে লাগায়। চিৰকালে সিতো নক ভুঞ্জিয়া থাকয়। ৪৭৬ মিষ্ট দ্ৰব্য জিহাঙ্গনে অনিক বঞ্চিয়। আপুনি ভুঞ্জয় নেদি কপট কৰিয়া। সিতোজনে কাল মুৰ নৰক ' ভুঞ্জয়। সতবৰ্ষ ভুজি প্ৰেত সৰিৰ পৰয়। 899 তাত পাহে একজন্ম পক্ষিত হোৱয়। একজন্ম পিপীলিকা দেহত জন্ময়।