পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবৰ্ত পুৰাণ প্ৰকাশয়। 899 প ভিষ্মক নৃপতি পাচে কৃষক পুজিলা। পাদ্য অৰ্ঘ্য মধুপৰ্ক গন্ধ পুষ্প দিলা ৪৬০ ইন্দ্ৰে আনি দিলা পাৰিজাত মালাৰ। কৃষ্ণুৰ গলত পিন্ধাইলন্ত জাতিস্কাৰ। কুবেৰ দিবৰ ৰত্ন অমৃত ভুবন। অগ্নি দত্ত অগ্নি শুদ্ধ দুতয় বসন ২৬১ মাল্যবস্ত্ৰ অলঙ্কাৰে কৃষক বৰিলা। ভিষ্মক নৃপতি ৰঙ্গে প্ৰণাম কৰিল। নথৰ মুকুট মনি বিশ্বকৰ্ম্ম দিল॥ সেহি মনি গোট বা কুনুত অৰ্পিলা। ৪৬ কুৰ শিৰত মনিৰা দ্বিয় মাণ্ড যেন সভাত উদয়। ৰত্নৰ আধাৰ দমে ধুপ. ৰুচিকৰ। নতুৰ প্ৰদীপ দিল। আতি মনোহৰ॥৪৬৩ পত্ন পাত্ৰ সমে নৈবেদ্যক ৰাজা দিল। সমে নানা পুষ্পে বৃক পূজিলা। চে ৰত্ন সিংহাসন দিলা ভক্তি কৰি। পুনৰ চমনি দিলা কৃষক সাদৰি। ৪৬৪ কপুৰ মূল দিলা পাত্ৰে সমন্বিত। পাচে সুবাসিত জল দিল। মনোনীত। ৰতি কৰি ৰম্য সয্য ৰতনে ৰচিত। দিল নৃপতি পাচে বিভনে সহিত॥ ৪৬৫ এমিতে বৰিন্ত ভিষ্মক নৃপতি। পচে পুষ্পাঞ্জলি এয় দিল মহামতি || কৃতাঞ্জলি কৰি পাচে ভিষ্মক নৃপতি। ভক্তি কৰি কয় পাৱে কৰিলন্ত তুতি। ৪৬৬ ব্ৰহ্ম বৈবৰ্ত্তৰ পদ মহা পুৰাণৰ। ৰুক্মিনী কৃষ্ণ কথা চয় মনোহৰ। সপ্তাধিক শত পদ কথা মনোহৰ। শ্ৰদ্ধা কৰি চলা সবে বৈকুণ্ঠ নগৰ। সমস্তে কাম তেজি আৰু কৰা সাৰ। ৰুক্মিণী-কৃষ্ণুৰ নামে হুয়োক নিস্তাৰ। ৰুক্মিনীৰ সম্প্ৰদান। নাৰায়ণ বদতি নাৰদ মুণিৰৰ। আই অনন্তৰ কথা শুনা মনোহ। ৪৬৮ ৰুক্মিণী সুন্দৰী ৰত্নময় সিংহাসনে। অলঙ্কাৰে বিভুমিল পাচে নাৰীগণে। অগ্নি শুদ্ধ বস্ত্ৰ দুই পিন্ধাই অনন্তৰ। গোপা বিৰচিলা পুষ্প মাল্য মনোহৰ। ৪৬৯ অল্প হাস্য কৰি চাহে নতুৰ দপণ। কপালে কস্তুৰি বিন্দু পিন্ধাইলা চন্দন। সিন্দুৰৰ বিন্দু শোভে কপাল মধ্যত। ডাৰিৰ পত্ৰ বিৰচিল। কপালত || তপ্ত সুবৰ্ণৰ বৰ্ণ শত চন্দ্ৰ কান্তি। চন্দনে লেপিত অঙ্গ শোভা কৰে শান্তি | মালতীৰ মান্যে তাত কৰয় ভুষিত। কঙ্কলে কিঙ্কিনী চয় কুগুলে ৰঞ্জিত। ৪৭১ সপ্ত ৰাজ পুত্ৰ কন্যা গন সমন্বিত। কক্সিনীক প্ৰবেশাইলা জজ্ঞৰ বেদিত। দেৰ মুনি সিদ্ধ ৰাজা গনো নিৰেখিলা। ৰুক্মণীৰ ৰূপে সবে বিমোহিত ভৈলা॥ ৮৭২ সাতবাৰ প্ৰদক্ষিণ কৃতাঞ্জলি কৰি সাতবাৰ নামিলা স্বামীক সুন্দৰী। চন্দন বাসিত জলে পল্লৱক ধৰি। ৰুক্মিণীক শান্তি কৰিলন্ত দেৱ কৰি। ৪৭ ৰুক্মিনি দেবী। শান্তি কৃযুক কৰিলা। ভাৰ্য্য স্বামী দুয়ে। পাছে মুখ নিৰেখিলা। কক্কিনীয়ে কৃষ্ণ মুখে চান্তে ঘন ঘন। কৃষেয়ে চাহন্ত ৰুক্মিনীৰ সুবদন। 898 পাচে ৰাজা ৰুক্মিনীক কৰিয়া মিনতি। আপোন কোলাত বৈসাইলন্ত নৰপতি। বেদ মন্ত্ৰে সম্প্ৰদান কৰিয়া সভাত। কনিক সম্বৰিলা কৃষৰ হাতত। ৪৭৫ পিতৃ আজ্ঞায়ে কৃষে স্বস্তিক বুলিল। ৰুক্মিনীক পাচে কৃষে, গ্ৰহন কৰিলা। ৪৬৭