পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ । ১৭ 1 দের পিতৃ কন্মে শুদ্ধ সৰ্বৰ তীৰ্থপৰ। হেনায় পৈতৃক ভুমি মথুৰা নগৰ। পৰৰ ভুমিত যিটো কম্মক কয়। তাৰ পিতৃ গণে শ্রাদ্ধ ফলক হয় ৷ পৰৰ ভুমিত পিতৃ কৰ্ম্মৰ নিস্ফল । দেনে জনে কিছুমাত্র প, বে ফল ॥ পেতৃক ভুমিত গোৱে সম্পূন্ন সফল। গুণ ও পৈতৃক ভুমি নাহ যাৰ ভুল ॥ ২৪১ পুত্ৰ ভাৰ্য। প্রপৌত্র পালতো কৰি চান। নেয় ত্বক ভুমি নেভেজিদে গাৰ । পিতৃ মাতৃসম নাহে পৈতৃক ভুমি । ২.দৱলৈ কৰ্ম্ম ভুমি পবিৰ সুখিব | ২৪২ পেতৃ ভূমি দান গুস্ত হোৱয় । পৰ ভূ। ১ ৩ জন :দ্ধ বেলায় । পৈতৃক ভূমিত মৃত্যু তথ ফল পাই। এতেকে পৈতৃক ভূমি সম কেনাই । পিতৃ• ঘ | ৩ জন | গঙ্গ'উল সম। গঙ্গ। • ফল স্নানে নাৰ ওঁম । দেৱক পৃজিলে জলে দেব তুষ্ট হয়। পর্তৃপন পিতৃ তৃপিতি হোৱষ ॥ ১৪১ জন্মভুমি তৃৈক দানক দ্বিগুণ। ফলক লভে জানা মহাশয়। ভূম দান শত ৰবি শুদ্ধ যে অশয়। পৈতৃক ভূৰি তুলা বুলি কয়। ২৪ ৫ উসেন বাক্য শুনি দেৱক নন্দন। কহিবে লাগলা না। শুনা দিয়া মন । পৈতৃক ভুমি যে তীর্থ সমবুলি কয়। দ্বাৰকা সম তীথ আন কোন য় । ২৪৬ সমা? দাৰকাৰ সম তীথ ত্রিভুবনে নাই। হাড় নিবাসে সব তীর্থ ফল পাই । ২ ৪ ৩ গঙ্গাদি তীর্থতো কৰি হৱে চাৰি গুণ। এতেকে দ্বাৰক। পুৰ কৰিয়া গমন। ব্রহ্মা আদি দেৱগণ মুণি নিৰন্তৰ। যাদৱ সহিতে চাদ্বাৰকা নগৰ। ২৪৮ অার নােহে সম ইতো দ্বাৰকীৰ। তুময় গৃহ জ্বলে . 1তি ঝাতিষ্কাৰ। সুবৰ্ম্ম। সভাত তুমি মাহিন্দ্ৰৰ ক্ষেনে। বসিয়াক মহাৰাজা ৰত্ন সিংহাসণে। ২৪৯ জধদপে থিত ৰাজ যতেক আচয় । সমস্ত দিয়োক কৰ তােমত নিশ্চয় ॥ দেৱগণে ইক পূজয় যেন মত। ৰাতেৰাে পুজ্য তুমি হুয়েক মিত। ২৫০ কুবেৰৰ সম হার। তুমি ধনেশ্বৰ। সম্পওতে ইন্দ্র ।যন তেত ভাস্ক ॥ দেৱ ফিনিবা নলে পুন্যে মুনি সঙ্গে। ত্রিজগত জিনিয়োক বলে পৰাক্রমে। উগ্রসেন সম ৰাজা ভূত ভবিষ্যতি । মহেবে? তুমি সম ৰাজেন্দ্র ভূপতি। ৰাজৰ সভাত বদর ভগৱন্ত। তাৰ সৰ কাৰ্য সিদ্ধ হৈৰ পৰ্যন্ত । য! হiৰ শৰত বিশ্ব অসংখ্য থাকয় । সমধ্যে পৰ যেহেন স্থি ি য় ॥ অনন্ত দৃশ দেৱ নাহি বলৱন্ত। গুণ-বল নাই অন্ত : একে 'অনন্ত। ২৫৩ শঙ্কৰ বিনাই ৰুদ্র ৩ষ্ট বসুগণ। দদশ তাদিত্য ইন্দ্র আদি দেৱগণ। তোমাক জিনিবে বলে নহৰ সামর্থ । কেন গুণে ৰজা,তুমি হােৱা অসমর্থ ॥ ২৫৮ কৃষৰ বচন শুনি যাদৱ নৃপতি। যাদয় সহিতে ৰঙ্গে কৰিলন্ত গাত। ইন্দ্ৰৰে গৃহতাে কৰি (শ্রষ্ঠ মনােহৰ। উগ্রসেন প্রবেশল! নেয় নগৰ। ২৫৫ 20 যা প্রবেশে মাত্রে জন্মৰ খণ্ডন। দ্বাৰকাত দান শ্রাদ্ধ দেৱৰ পূজন ॥ ২১৭