পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

sx ব্রহ্মবৈবর্ত পুৰাণ ৰত্নে বিচিত হীয়ে ৰঞ্জিত ত্রিভুবনে অনুপাম । ১৯৪ বহল সত যোজন হয় “তু মনােহ। গান গম্ভিব গড় খাৱৈ সাত বাঢ়ি আছে নগৰৰ নৰ গােটা গড় দেখি ভয়ঙ্ক। লক্ষ্য কৃড়া সৰােবৰ। পদ্ম অসংখাতি ফুলি আছে তত তেন্তেলি চম্পক বকুল অশোক জৰিম্ব যে মনােহৰ । জামিৰ খাজুৰি অর্জণ কাঞ্চন হৰিতকি মনোৰম । আমলক্ষি ডেৱা শাল ?য পিয়াল চিন্তুাল বৃক্ষ উত্তম। ২০ ৩ যিৰিশ কেতিক মাল মালতী সপ্ত পম্ন শুভেন। তাসংখত তাত প্রকাশ কয় শব্দ কৰে মধুৰ ৷ তিনি লক্ষ্য পুষ্প উদ্যানে ফুলয় দেখিতে আতি শােভয। ফল পুষ্পগণ। তাহাৰ পৱন সুগন্ধে মন হয় । মন্দ মদ কৰি বয় পন অতিশয় সুগন্ধিত। চন্দনৰ বায়ু বহয় ৩থতি শিতল অতি ৰঞ্জিত। ১৯৮ নানা তৰুৰৰে দ্বাৰক। নগৰে শোভা কৰে আতিশয় । নাৰিকল বৃক্ষ শত কোটি তাত নানা বিধ তৰু বন।। ২০ ৪ বনে নিহি মানিকে ৰঞ্জিত হীৰাৰ কাম বিস্ত। অসংখ্য মন্দিৰ সুন্দৰ ৰুচিৰ ৰত্নময় মনােহৰ ! 701 কতো ৰত্নময় মানিকে লয় ৰঃ সয্য! মাছে পাৰি। নানা চিত্ৰ কৰি গৃৰ উপৰি কুম্ভ সাৰি সাৰি। কতো মণি ময় প্ৰকাশ কৰয় পাকা তাতে শোভন । কপট কঠিন শৃংখল হীৰাৰ চিত্রৰ দ্বাৰ গণ ৷৷ ক্লিক দ্বাৰৰ হীৰাৰ কামশোভয়। হালধীয়া মণি স্তম্ভ আছে গৃহে অতিশয় প্রকাশয় । ২০৮ বতে জাতিস্কাৰ গৃৰ দুৱাৰ নানা চিত্র আছে কৰি। সূক্ষ্ম বস্ত্রগণ : চন্দ্ৰতাপ আছে তৰি। ২০ শ্বেত যে চামৰ অনেক শোভয় ৰত্নকুম্ভ নানা সাৰি। ফলে সমে প্রকাশয় । ২০৭ অতি দৃঢ়ত্তৰ তাৰ চাৰি গুণ বৃ৷ বৃক্ষ আছে দেখিতে আতি শোভন। তাৰ চাৰি গুণ অত্র ও পলাশ পকি আছে ফলগন। অশ্বথ পাকৰি বিল্ল তাল তৰু বদৰি অমৰা বট। নানা ৰাও কৰি নাদয় বৃক্ষ নিকটে। ২০১ শিমলু কদম্ব জা, বৃক্ষ চয় নাগ ৰঙা নাগেশ্বৰ। চটক সকলে অনেক দপ্পণ