পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈবর্ত পুৰাণ . যত্নময় •থাট শোভয় থাত ৰত্নসয্যা আছে পাৰি। ১১০ ঙ্গিনা শে।ভয় কতো মণি ময় ইন্দ্র নীল পদ্ম ৰাগ । সুধি ৰত্নময় প্রকাশ কৰয় ৰত্নময় ৰাজমার্গ। ১১১ গৃঙ্খ ম্যাৰ সূৰ্যৰ প্ৰকাশ জলে তাত ৰত্ন গণ । রাক্ষ লক্ষ ভয় লাগ ২৮ পু লা তাত শোভন। হস্তি ঘােটকৰ সাল। মনেহৰ দেখিতে অতি শােভিত । নেয় দাৰক। নগৰ দেখি। দের গনে বিপৰত । পৰম বিস্ময় ভৈলা দেৱ চৰ প্ৰভাৱ দেখি বুৰ। মত সোল প্রভু ভগৱন্ত ৩ন কৰ্ম্ম মনোহৰ || ২১৪ না ৰ' নাৰী ভজিয়ে মুৰাৰ তেজা বিষয়ৰ কম। নাম স্মৰি পপক সংহৰি উগ্রসেন বসুদেৱ আদি কৰি যত। দৈৱকি ৰােহিণী আদি কৰিয়া সমস্ত ॥ কুন্তী মাদৃ সমে পাঞ্চ পাণ্ডুৰ নন্দন। নদ যযাদাক আদি কৰি গোপ গণ | ৰাজেন্দ্র মুনি আদি কৰি সময়। ন্ধব কিন্নৰ আদি অপম্বৰা চয় ॥ ২১৭ পাদ্য ভণ্ড সমে যত যত বিদ্যাৰী । •ক গায়ক ভাট যতেক কিৰী । সব! স্মবিলা মনে দেৱ নৰায়ণ। কৃষৰ সমিপে সবে আসিল। তেখন। বসুদেৱ অসিলন্ত দৈবকি সহিত। সাদৱ সহিতে উগ্রসেন উপস্থিত ৷ গন্ধর্ব বি ৰ বিদ্যাৰৰ নিৰন্তৰ। দ্বিাধৰী কিন্নৰ তাসিলা কত্ত । সদ্য ভাও বাদক যে নক গান। ভক্ষুক গণক আসলন্ত ভট্ট গন ।। নানা দেশ হান্ত আইলা ৰাজা নিৰ তৰ। বেস্য মুদ্র আদি সিলেক তানো নৰ। ২২০ জতী ব্রহ্মচাৰী তাৱধৃত যে সন্ন্যাসী। সিদ্ধ মুণি আসিলন্ত সবে তিথ বার্সী । সক সনন্দ তৃতিয় যে সনাতন । সনত কুমাৰ সমে আইলা চাৰিজন । ২২১ তিনি কোটি সিষ্য সমে পঞ্চব্রজ ঋষি। তিনি লক্ষ সিষ্য সমে দুবাস। হৰিষি ॥ তিনি লক্ষ্য সিষ্য সমেকাপ আসিল। আৰু তিনি কক্ষ সমে বাল্মিকি হাসিল ॥২২২ লক্ষ্য সিষ্যে পৌমে ত্রিকোটি বৃহস্পতি। এিকোটি সিষ্যেৰে, আইলা শুক্ৰমহামতি । তিনি লক্ষ্য সিষ্য সমে তাই লা ভৰদ্বাজ। তিনি কোটি সিয্য অৰি ঋষিৰাজ। ২২৩ তিনকটি সিষ্য সমে প্রচেত আসিল। তিনিকৌটি সদ্য লগে বসিষ্ঠ পশিল । ডাক ৰে'লা ৰাম ৰাম || যদু বংশৰ আগমন। পদ ।। গত অন্তৰে কথা শুনা মুনিবৰ। বিস্ময় ভিসা যেবে দেৱ নিৰন্তৰ । ২১৫ দেখিয়া দাৰক। পুৰ ৰাম দামোদৰ। প্রসন্ন বদন তৈলা জগত ইশৰ ৷ সে বেলা কয়ে যদুবংশক স্মৰিলা। কৃ আজ্ঞ। পানি সবে তেখনে তা সিল।