পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। তযুক্ত ব্ৰহ্মা সুৰেস্বৰ তযুক্ত সিৱ দেৱবড় জোগিৰ গুৰু গুৰু ভৈল সমস্ত। জ্ঞানিৰ মৰত গুৰুসাৰ গনেসত পৰে নাহি আৰ সনত কুমাৰ আদি ভক্ত নিৰন্তৰ। মুনি ৰাজেন্দ্ৰ আদি কৰি তযুক্ত চয় দেৱহৰি পৃথিবিত আছে জত ভক্ত দামোদৰ। ১২২৪ ৰাধাৰ সদৃশ ভক্ত নাই তোমাক চিন্তয় সমুদাই বাধা দেন চিন্তে লক্ষ্মি নহে সেহিপ্ৰায়। হঞ জদি মঞি তজুদাস চলাপ্ৰভু ৰাধিকাৰ পাস তোমাৰ বিষোগে মৃত্যুতুল্য তানহয়। আসিবেক বুলি বুলি সাৰ কৰিলোহে। মঞি অঙ্গিকাৰ ৰাৰাৰ আগত বুলি আছছা নিষ্টকৰি। ৰাধাৰ,সমিপ সিম্ৰকৰি চলিয়োক প্ৰভু দেৱহৰি মোহোৰ বচন সাৰ্থক কৰিয়ে। হৰি। ১২২৫ উদ্ধৱৰ হেনসুনি বানি হাষিয়া বুলিলা চক্ৰপানি উদ্ধৱ মহন্ত কহে। মঞি নিষ্টকৰি। সুনা সভাসদ নৰচয় ভজিয়োক কৃষ্ণ কৃপাময় সমস্তে সমাজে ডাকি বোলা হৰি হৰি।