ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ ব্ৰহ্ম বৈবৰ্ত্তৰ পদ মহা পুৰানৰ। উদ্ধৱৰ ৰাধাৰ সম্বাদ মনােহৰ। সপ্তম নৱতি অধ্যাৱৰ কথা সাৰ। শ্রদ্ধাৱে সুনি পাপ কৰয় সংহাৰ ॥১১৯৮ মধুমিশ্র নামে সন্ত পুনৱন্ত সাৰ। অদ্যাপিয়ে গুন যস বখানে জাহাৰ । দ্বাদশ বৎসৰ তিথ কৰিল। সেৱন । বৃন্দাবন প্রবেসত পাইল। দৰিসন ॥১১৯৯ গোপ বেস ধৰি হৰি হাতে বেত ধৰি। মা চদ্ম ভাৱে দেখা দিলন্ত মুৰাৰি। পথ বার্তা সুধি লৈল। পাছে দ্বিজবৰ। দুই তিনি ভৰি গৈয়া চাহিল। সত্যৰ ॥১২০০ অন্তধ্যান ভৈলা হৰি পাছে নেদেখিল। বহুত বিচাৰি পাছে কান্দিবে লাগিল। মধুমিশ্ৰ দেৱে পাছে আসিয়া দেসক। সদাচাৰ ধৰ্ম কৰি পুজিলা কৃষক ॥১১০১ অতিথি সুশ্রস। ধৰ্ম্ম কৰিল। বিস্তৰ । ভাগৱত ধৰ্ম্মক কৰিল। নিৰন্তৰ ৷ নেপালৰ এতিম। অনিয়া দ্বিজবৰ। কৰিল। প্রতিষ্ঠা পুস্কৰীনি ৰুচিকৰ ॥১২৪২ দুই খানি দেৱ গৃহ অতি চিত্ৰ কৰি। উচ্চ করিয়া দিল কৃষক সুমৰি । অন্নজল উপায়ন বস্তু পাৱে জত। সমস্তে কৰন্ত দান অথিতি গ্রত ॥১২০৩ জিদিন। অথিতি নাই মনে কৰি খেদ। বিচাৰিয়া আনি দেন্ত ভােজ্য অবিচেদ। তাৰে পুত্ৰ নিত্যানন্দ জনক আমাৰ। পিতৃৰ সদৃসে প্রবত্তিলা দাচাৰ ॥১২০৪ তাহান তনয় আমি অতি অল্পমতি। নাম বলে বাম অমি মাগিচে। কত । কৃষৰ চৰণে মোৰ ৰহি ভকতি। এহি অনুগ্ৰহ মেঝ কৰা যদুপতি ॥১২০৫ তোমাৰ দাসৰ সঙ্গ সদ। নু চোক । এহি অনুগ্রহ নাথ 'মেক কয়েক । সর্বদায়ে মোৰ মুখে হৌক ভযু, নাম। নিৰন্তৰেসৰ্ব্বজনে বোলা ৰাম ৰাম ॥১২০৬ চবি । নিগদতি নাৰায়ন সুন। মুনি তপোধন উদ্ধৱ পশিয়া গোপপুৰ। জয়োদক প্রনামিয়া সন্দেশ বচন লৈয়া বামেকৰি অৰণ্য খজু। চলি গৈয়া মহাভাগ জমুনাক পায়া লগ স্নান কৰি কৰিলা ভােজন। মথ ৰা নগৰ লাগি চলিলন্ত মহাাগি পাছে পাইল। বট সুযােভন ॥১২০৭ অক্ষয় বটৰ মুলে গােবিন্দক দেখিল প্রফুলিত হাস্য নিৰিক্ষন। d
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৬
অৱয়ব