পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। ১১১ ১১৮৩ পাৰিজাত পুষ্প সমে সুগন্ধ চন্দন। জেনমতে দেখে। আমি প্রভু ভগৱন্ত। কৃতাঞ্জলি কৰি পাছে কয় অপন। সেহিত কৰিবাহা উদ্ধৱ মহন্ত । জাহাৰ চৰনপদ্ম দিয়া দুৰ্ব্বাক্ষত। অসাক নিশ্চয় বুলিবাহা মহাদুখ। জগত ইশ্বৰ কৃয়ে পুজয় সতত । ১১৮২ নিৰাস। ভৈলেসে জানিবাহ। মহাসুখ। ১১৯ হিংসত সহস্র কোটি গােপিৰ ইশ্ববি। আসৰে পিঙ্গলা বেস্য। জনম নিস্ফল। জাহাৰ ভয়ত গোপি থাকে সেৱা কৰি৷ কৰিলেক সিতে। বেস্যা জান মহাসল। চয় তিংস সখি জাক সেবিয়া থাকয় । নিৰাসা লভিয়া পাচে চিন্তিলা ইশ্বৰ। কৃয় প্রান প্রিয়া কৃষে, সৎতে পুলয় । জিবন্তে মুকুত ভৈল চিন্তি দামােদৰ। ১১৯১ হেনয় ৰাধাক জিতে নিন্দা হাস্য কৰে। এহিবুলি ধাদেবি কান্দিলা বিস্তৰ। মহা পাপি হুয়া সিতো নৰকত পৰে। প্রনমি উদ্ধৱ গৈলা যষোদাৰ ঘৰ। ব্ৰহ্মবধ সত পাপে নারীকে সংসয় । জেতিক্ষনে গােকুলক উদ্ধৱ গৈল। সেহি পাপে কুন্তিপাক নৰকে ভুয়॥১১৮৪ তেতিক্ষনে মুচ্ছাগৈয়া ৰাধা পৰিলন্ত। ১১৯২ তাহ পাছে বৌৰৱ নৰকে হেরে বাস। চেইন নাহিকে গায়ে ভৈলা ধ্যানপৰ। পিণ্ড জলে পিতৃগনে হয় নিৰাস । হৃদয়ত দেখিল জগত ইশ্বৰ। তপত তৈলত ভাতে তাক নিৰন্তৰ। পঙ্ক পাৰি পদ্ম পত্রে জলে সমর্মিত। মহকিটে খাই থাকে, বেদনা বিস্তৰ। ১১৮৫ সেহি সয্যা কৰি গােপি সুহাইলা ভুমিত৷১১৯৩ চতুৰ্দশ্ৰকাল সাত পিতৃ সমে। নেত্ৰৰ দোতকে পুনুহয়। গোপি গন। নক ভুঞ্জয় সিতে জানা অনুক্রমে। ৰাধাৰ সেকত ভৈলা আকুল নয়ন। তাত পাছে জন্ম এক নাৰিৰ যােনিত। সৰিৰত তাপ লাগি সিতো সয্য খান। কিট হুয়া থাকে খাই গাৱৰ সোনিত ॥ ১১৮৬ ভস্মপ্রায় হৈয়াগৈল দেখি গােপিগন ॥১১৯৪ দিব্ব ১৯ৎসৰ বিষ্টাপােক। পুনৰপি গােপিগনে সান সয্যা কৰি। বিষ্ঠাক ভুঞ্জিয়া সিতে পাৱে দুখ সােক । চন্দনে ৰঞ্জিয়া তাত মুৱাইলা সাৰি। তাত পাছে বেশ্যা মানি কিট হুয়া জাত। কৃষ্ণুৰ বিযোগে মােৰ বিয়াকুল চিত্ত। তেজমল খাই থাকে বস অসংক্ষাত ॥১১৮৭ সুগন্ধি চন্দনে গাৱে সুকাইল তৰিত । ১১৯৫ বেদ কাম্ব সাধ্য মধ্যে ব্রহ্ম। প্রজাপতি। সংযুগ সম ভৈল নিমিসে ৰাধাৰ । কহিয়া অচিন্ত আৰু কহিলে। সম্প্রতি। উদ্ধৱৰ বিযেগত দেখে তান্ধকাৰ। এহিবুলি উদ্ধৱ কন্দ উচ্ছকৰি। উদ্ধৱ উদ্ধৱ তুমি গৈয়া সুি্যু কৰি। কৃষৰ বিযােগে কান্দে ৰাধিক। সুন্দৰি ॥১১৮৮ মােৰ প্ৰনেশ্বৰক আমিয়ে যত্ন কৰি।১১৯৬ কতােক্ষনে ঝুলন্ত ৰাধিকা, সুন্দৰি। হেনয় বচন বুলি হৰিল চেতন। চল বাপ উদ্ধৱ মহন্ত মধুৰি। বুকুত সাবতি ধৰি কান্দে গােপি গন। মােহোৰ বৃতান্ত চয় মাধৱত কৈবি। নানা বোধে ৰাধাক বুঝাইলা গোপিগন। প্রজত্ৰ কৰিয়া বাপ কৃষক পঠাইবি ॥১১৮৯ গােপিৰ প্ৰবোৰে ৰাধা লভিল। চেতন ॥১১৯৭ -