পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্ৰহ্মবৈৱৰ্ত্ত পুৰণ মাধৱী আদিৰ সান্ত্বনা বাণি মাধবি বদতি এখি একো নজনাহা। কৃষ্ণুৰ ৰুপক সখি কিসক স্মৰাহ॥ ৯৭১ কিবা সিদ্ধ প্ৰসিদ্ধ তাহান গুন বিৰ্য। মহা পৰাক্ৰমী কিবা তাহান ঐচ। কৈৰপৰা সিলেক গৈল কৈক প্ৰতি। মনে বিমৰ সি তুমি চাই ৰাধা সতি॥ ৯৭২ বালক স্বৰুপ ধৰিচিলা গোপবেস। ৰাজপুত্ৰ নোহে কৃষ্ণ মুহিকে বিসেস। নন্দ পুত্ৰ হুয়া কৃষ, আচিল, গোপাল। তৃ দিনে স্মৰা তা মুহিকয় ভাল॥ ৯৭৩ আপোনাক ৰখা তুমি মাত্ৰ যত্ন কৰি। আপোনত কৰি পৃয় নাহিকে সুন্দৰি। মালতি বদতি সুনিয়ে। ৰাধা সতি। লাজ ধিকাৰক এৰিলাহ তজু সতি॥ ৯৭৪ সমস্তে যুবতি স্ত্ৰীৰ কৰিলা অজস। তোমাৰ ৱন বৃথা ভৈলা পৰবেস। অন্তৰত পতি ভাৱ বাহিৰে গোপাল। হেন ভাৱে থাকে জানা যুবতি সকল॥ ৯৭৫ অন্তৰ ভাৱক জিতে বাহিৰ কৰয়। ঋফিয় যসস্তা ক্ষয় কৰি নাৰিচয়। চক্ষুৰ পলাতক ‘সখি কৰিয়ে। গোপন। গোগ্যকৰি স্বামিক চিন্তিয়ে অনুক্ষণ॥ ৯৭৬ সত্ৰু মিত্ৰ জানিবাহ কাৰ্য্য বসে হই। ধনহৰে আনহৰে সৰ্বস্ব হই। কটুবাক্য বলে নানা দুম্বক দিয়ই। কাৰ্যবসে বাধা সতি এহি স াই। ৯৭৭ স্বকুলৰ বাৰু কৰি শোক সাগৰত। তোমাক পেলাই গৈয়া আছে মথুৰাত। ১৪ নিষ্ঠুৰ দাফন কৃষ তাহাঙ্ক স্মৰিয়া। নজানিয়া দাৰুন সোকক আচা পায়। ৯৭৮ জতু কৰি ৰখা তুমি দেহ আপোনাৰ। আপোনাত পৰে পৃয় নাহিকয় অ॥ ৰাধিকাৰ আগে কহে গোপি পদ্মাৱতি। মোহোৰ উত্তৰ সুনা ৰাধিকা সম্প্ৰতি। ৯৭৯ তাবসক বসবৰ্তি কৰিবেক কোনে। জমুনাৰ তীৰে পুৰ্বে কহিছে আপুনে। জিতে। স্বামি অবস নাৰিৰ নোহে সুখ। কপট কৰিয়া স্ত্ৰীক দেই মহা দুখ॥ ৯৮০ বিদুতিক সমে পূতি জলে ৰেখায়। খৰ সুপুতি জানিবাহ। সেহি নয়। নিতি শাস্ত্ৰ জানিয়া তিনিক নয়। খলত বিস্বাস কুকুৰত সেহি নয়। ৯৮১ তেজিয়। যমুনা তিৰে কৃষৰ বদন। অ হাস্য কটাক্ষ কৰিলা নিৰিক্ষন। মুখ পদ্মো আৰ কৰে তোমাক দেখিয়া। পুনু পুনু চাহা তুমি ব্যামোহ কৰিয়া॥ ৯৮২ দেহাত চেতন জ্ঞান তোমাৰ নভৈল। গৃহ কাৰ্য গুৰু ভয় সকলে গুছিল। সখিগন তোমাক বুলিল জিতো বানি। কৃষক চাহন্তে মুসুনয় বাধা বানি। ৯৮৩ আহাৰকো তেজি সদায়ে কৰা ধ্যান। সমস্ত তেজিয়া সখি নাহিকয় জ্ঞান। কদলি বনত সখি তুমি আছ। ঐত। মথুৰাত থাকে কৃষ্ণু তুমি পাইবা কৈত। ৯৮৪ সঙ্গে জদি তেজা প্ৰান নাসিবেক হৰি। আপোনাক ৰাখি কালে দেখিবা সুন্দৰি। চন্দ্ৰমুখি বোলে সুনা খিকা সুন্দৰি। প্ৰাক্তন কৰ্ম্মেসে সুখ ভুঞ্জে নিষ্ট কৰি॥৯৮৫ ইশ্বৰে বাঞ্চিলে দুস্থ হোৱয় দুস্থ মোক প্ৰাক্তনেসে দেই নানা মত।