১০৪ ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ মলয়া বনত ৰত্ন মন্দিৰত পুনু কৃড়া ৰত নকৰে সতত। পুনুৰপি মই নজাইবে। তাক সাক্ষাত। ৯৫৮ ও কানন। বিস্যন্দক বন ৰমৰ সন পুস্প শোভন। কৃয় সমে মঞি নজাইবো তাক সাক্ষাত | চন্দ্ৰ সৰোবৰ মুনিল বৰ কৃষ সমে তা নজাইবোহে। সৰি। কৃষ্ণ সমে মঞি নকৰো কৃড়া গত॥ ৯৫৯ নন্দক পুষ্পৰ বনক ম্য সুভদ্ৰাক অনো অন্যক। পুনৰপি মই নজাইবোহে। হৰি সঙ্গে। গোপি সমে মই নকৰো বিনই নন্দৰ ভনয় নকৰো নয়। কৃষ সমে কৃড়া নকৰিৰে মন ৰঙ্গে॥ ৯৬০ হা প্ৰানহৰি মোক গৈলা এডি
- মিক সুমৰি প্ৰান আছো ধৰি;
এহ বুলি ৰাধা কান্দিয়া সোক কৰয়। কৃষৰ চৰনে ছিলিন্ত মনে টোক নয়ণে ধ্যান নাৰায়নে। কৃষক স্মৰিয়া বিমূৰ্চত লৈ ভয়॥ ৯৬১ ভনে বলোৰাম মুক্তাবলী নাম কৃষক প্ৰনাম মাধৱৰ নাম। কৃযৰ ছৰন ছিন্তদেহে এড়ি কাম। দেৱ নাৰায়ন নদৰ নন্দন প্ৰভু সনাতন পাতক মোছন। নিৰন্তৰে নৰে ডাকি বেলা ৰাম ৰাম॥৯৬২ মৃতক আকাৰ ৰাধিকাক শিৰে দেখি। বিপুল ভয়ক পাইল সৰিৰ নিৰেখি। ৯৬২ ভাগ্যৱতি ৰাধাক দেখিয়া মহাসন্ট। সমস্তে জগতমানে তুই মানিলন্ত। আপোনক তুছমনে উদ্ধৱে দেখিল॥ ৯৬৪ মৃতক সদৃষি ৰাৰা চেতন কৰাইলা। উদ্ধৱ বদতি মাত্ ইয়োক নে। জগত জননি তযু প্ৰণামম। ছৰণ। প্ৰাক্তনক স্মৰি কৃষ দেখিয়ে প্ৰত্যেক। পবিত্ৰ কয়া গচা তুমি সংসাৰক। তোমাৰ চৰণ ৰেণু পায়া বসুমতি। পৰম পবিত্ৰ হুয়া ছে মাতৃ গতি। অযু কুল পবিত্ৰ কাবা মাতৃ ৩। গোপৰ সুন্দৰ ভণ মহা পুন্যৱতি। ৯৬৬ তোমাৰ নাম স্মৰ জত ৰাগিছয়। সবে যোগ নাস হৱে নাহিকে সংসয়। ৩ ম বেদো তি আছে স য়। লোকে তযু যস গিত গাইবেক নিছয়। ৯৬৭ কৃত্য পাপ হবিবেক সমস্ত লোকৰ। পিতো কৰিয়া পুত্ৰ যস মনোহৰ। তবু যসে হৰি ভক্তি? বাঢ়য়। যু যসে সৰ্ব বিন্ন বিনাস কয়। তুমি বাধা তুমি কৃয় মিসে পুৰুষ। প্ৰকৃতিত পৰ তুমি দেৱ নিৰষুষ। বাধা মাধৱৰ ভেদ নাহি পৰানত। ৰাধাকফ ভেদ নাই সকলে বেদত। হেন তুতি কৰি জোবে উদ্ধৰ আন্ত। সেহিবে মাধবি গোপিনি অসিলন্ত। মূৰ্চ্চা গত ৰাৰিকাক মাধবি ( দেখিলা। উদ্ধৱক পাচ কৰি সমীপ চাপিলা। ১৯৭০ ৰাধিকাৰ ত৷াগে পাচে মাধবি সুন্দৰি ৰাধিকাক বুলিলন্ত আতি সোক কৰি। ৯৬৮ ৯৬৯ উদ্ধৱৰ সান্ত্বনা বাক্য। নাৰায়ণ বদতি নাৰদ মুনিবড়। পৰম বিস্ময় মনে ভৈলা উদ্ধৰ।