পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰণি ১৮ খুদখি বসুদেৱে শিৰে কৰিলা বন্দন। যক্তি ভাৱে নম্র হুয়া কৰিলা স্তন। ২৭ সুদেৱ নিগদতি দেৱৰ জনক। সৃষ্টিৰ কাৰণ প্ৰভু দেৱ বিধায়ক। সিজ মুনীন্দ্ৰৰ গুৰু সমস্তৰ। স্বপ্নে, যাৰ পাদপদ্ম নেহয় গোচৰ। শিরক স্মৰণ মাত্রে ঋষ্ট না হয়। সমস্ত সঙ্কট তৰি কল্যাণ লয় । দুর্গসমে যােগীন্দ্ৰৰ গুৰু মহেশ্বৰ। সমস্ত ৰু শিৱ জগত ঈশ্বৰ। দেৱতাৰ অগ্রে পূজ্য দেব গণেশ্বৰ । বিঘ্নৰ নাশক ইশ জগত ঈশ্বৰ। দেৱতা সৱৰ কার্তিক সেনাপতি। দেৱহাৰো পুজ্যৱস্থ দুৰ্গভগৱতা । মহালক্ষ্মী সর্বশক্তি আদিৰে প্রকৃতি। জগত কাৰণী দেবী মোৰ গৃহে স্থিতি। যাক সেরি নগণে বাঞ্চিত লভয়। মোহোৰ কৃপায়ে হেন দেবী সিচয় ॥ ৩১ সাক্ষাতে গােচৰ ভৈল মন্দিৰ আমাৰ । মোৰ বা ভাগ্য তাছে নজানোহো আৰ। কু-কৃত। ভৈলো মই সাফল জীৱন । দুর্গা সমে দেৱগণ ভৈলে। দৰিশণ । বন্ধ। হৰ দুৰ্গ। দেৱী সৱে দেৱগণ । পৃথকে পৃগকে বহু কবিগ স্তৱন দেৱেন্দ্র মুনীন্দ্র বিপ্রগণ কৰি সের । ৰ সিংহাসনে বসুআইলা বসুদেৱ । প্রত্যেকে বসিল। দেৱ মুনি নিৰন্তৰ। বিবিয়তে পুজিলন্ত কয়া সাদৰ । ব্ৰহ্ম। আদি কৰি দেৱৰণ নিৰন্তৰ। প্রত্যেকে পুজিলা বসু কৰি সমাদৰ। ৩ মুনি সমস্তকে। বসুদেৱে ভক্তি কৰি। তুতি নতি কৰি পুজা কৰিলা সাৰি। ৰত্ন সিংহাসনে বসিলন্ত র্গ ঋষি। বসুদেত্বে পুলিন্ত পৰ হৰিণি ॥ ৩৫ ৰতন প্রল মুক্তা হিৰা মনি সাৰ মানিক্য সুবর্ণ শুদ্ধ বস্ত্র অলঙ্কাৰ । সুগন্ধ চন্দন মল্যে কৰিয়া সাদ। বসুদেরে পুজা কৰিলন্ত নিৰন্তৰ ৷ ৰত্নময় সিংহাসনে সবাৰো মধত। গণেশক বসু আইলা জ জ্ঞ মণ্ডপত। সুবৰ্ণ কলসে অনি সপ্ততীর্থ জল । চন্দন পুস্পেৰ মিশ্ৰ অতি সুসিতল। ৩৭ পঞ্চামৃত পঞ্চগব্য পাত্রে সুবৰ্ণৰ । কাকাশী গঙ্গা জল পুৰ তীৰ্থৰ । সাত সাগৰৰ জল তানিয়া সকল। মান কৰাইলন্ত বসুদেৱে মহাবল। গণেশক স্নান কৰাই পাচে বসুদেৱে । পাৰিজাত পুস্প মাল্যে কৰিলন্ত সেৱ। ৰত্ন লঙ্কাৰে অগ্নি শুদ্ধ সুরসন। ৰত্নৰ আঙটি ৰথ মাল্য সুশোভন। সুগন্ধ চন্দন পুষ্প সুদেৱে লৈয়া। বসিল গনেশক ভকতি কৰিয়া । বিঘ্নিৰ বাৰক ভগৱন্ত নৰেশ্বৰ। বসুদেবে স্তুতি নতি কৰিলা বিস্তৰ। Ob go . ব্রহ্মবৈবর্ত্তৰ পদ শ্রীকৃষ্ণু খগুৰ। গনেশৰ অভিষেক মহা পুৰাণৰ । উপনয়নৰ কথা Pধ্যায়নরুতি। ৰাম কৃষ্ণ নাম লৈয়া সাধ। নিজগতি। ৪১