পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপহাৰ সমস্তৰ গৈলা দৌল কৰি।
মণি ৰত্ন সুবৰ্ণক থৈলন্ত সাদৰি। ১১
নান। অস্কাৰ ব মুকুতাসকল।
মাতি হিবৰ দৌল ভৈল তবিকল।
সেহি সময়ত কৃষদেৱ দামোদৰ।
দেৱগণ মুনিগণ সিদ্ধ নিৰন্তন। ১২
সমস্তকে মনত স্মৰিল নাৰায়ণ।
ঈশ্বৰৰ আজ্ঞা জানি আসিল তেখন।
মুনিগণ বন্ধুগণ ৰাজা নিৰন্তৰ।
দেৱ-কন্যা নাগ-কন্যা আসিল। সহৰ। ১৩
ৰাজ-কন্যগণে আইলা মথুৰা নগৰ।
বিদ্যাধৰ গন্ধৰ্ব আসিল। নিৰন্তৰ।
বাদ্য-ভণ্ড বাদক যে ভিক্ষুক ব্ৰাহ্মণ।
জতী ব্ৰহ্মচাৰী অৱত যোগীগণ। ১৪
ভট্ট সন্ন্যাসীক আদি কৰি নিৰন্তৰ!
কৃ আজ্ঞা জানি সৱে আসিল। সৰ।
পিতৃ মাতৃ কুলে যত অচে বন্ধুগণ।
বান্ধব সহিতে আসিলন্ত বন্ধুগণ '১৫
ভাষ্ম দ্ৰোণ হশ্বত্থামা কৃপাচাৰ্য কৰ্ণ।
পুত্ৰ সমে ধৃতৰাষ্ট্ৰ আসিল তেখন।
স্বামী সঙ্গে সিলেক আনন্দে গান্ধাৰী।
পুত্ৰ সমে আসিলা বিধুৱা কুন্তী নাৰী। ১৬
শেক তাপমান হৰ্ষ তিনিকো লভিল॥
পুল সমে কুন্তীদেৱী মথুৰা পশিণ॥
নানা দেশ হতে হইল ৰাজ। নিৰন্তৰ।
পাত্ৰ-মন্ত্ৰী সমে ৰজা পুত্ৰ বহুত্তৰ। ১৭
প্ৰজাৰ আন্দোলে মহী কৰে দলদোপ।
মথুৰা নগৰি সবে। ইল। একেযোপ।
সেহি বেলা আসিল, ঋষি সময়।
বমিষ্ঠ স্যেবন তাত্ৰি ঋষি মহাশয়।
যাজ্ঞবল্ক ভিমী গৰ্গ ঋষি ভৰদ্বাজ।
বসে পুত্ৰ পৰ্ম্ম অগস্থি ঋসি সাৰ।
দেৱল পুলহ পুলস্তি যে ঋষি ৰাজ।
অঙ্গিক সৌভৰি ব্যাস শুক নাম যাৰ। ১৯
সনক সনতৃতয় যে সনাতন।
সনত কুমাৰ সম অইল চাৰিজন।
দুৰ্বাসা কৌষিক ৰিশশৃঙ্গ বিভান্তক।
ৰাম ৰামদেৱ গৌতম কৌসিক।
গুণৰ্শবক্ৰতু জতী শুক চাকণিক।
বৃহস্পতি অস্তাব বামণ বাল্মিক।
পাৰিভদ্ৰ পেলবৈসম্পয়ন তাপ।
কাশ্যপ মৰাচি ভণ্ড মাৰ্কণ্ডেৱ বৰ।
সুমন্ত প্ৰচেত্ৰ। বাৎস্যায়ন পুৰজিত।
পানিপাত্ৰ পানিনিকচ যে মধুজিত।
মাৰ্কণ্ডেয় লোমশ কপিল পৰাসৰ।
সম্বন্ত উতথ্য উশীনৰ ঋষিৰ।
বিশ্বামিত্ৰ সত্যানন্দ মৈত্ৰেয় জালি।
উপমনু গোৰামুখ বৰুণ্য তৈালি।
কাঠ কচ সাদিপনি গুৰু যোগী।
সিলন্ত সিসমে মুনি নিৰন্ত॥
সুদেৱ গৃহে স্থিতি ভৈলন্ত দিতি।
মথুৰাক আসিম্ভ দৈত্য-মাতৃ দিতি।
বসুদেৱে সমস্তে মুনিক দেখিল।
দণ্ডৱতে পৰি তুতি নতি কৰিল। ১৪
আত অনন্তৰে ব্ৰহ্ম। হংস জানে চড়ি।
হতে অক্ষ কমণ্ডলু অসি লড়ি।
ৰত্নজনে আসিলন্ত পাব শঙ্কৰ।
নন্দি আদিকৰি ইলা ভুত নিৰন্তৰ॥ ২৫
মহাকাল বিৰদ্ৰ শুত শুভদ্ৰক।
মনিভদ্ৰ পাৰি গণেশ কাৰ্তিক।
ঐড়াতে সচীসমে আইলা' পুৰন্দৰ।
চন্দ্ৰ সূৰ্য্য সমে আইলা মধুৰা নগৰ। ২৬
দ্বাদশ আদিত্য অনন্তক আদি কৰি'।
সবে দেৱ তাসিলন্ত মথুৰা নগৰি।