পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈবর্ত পুৰাণ। ৯৪ ৮ মোৰ স্বামি যেন দেৱ হৰি মোৰ পাষে হইসে যেন কৰি পথাইৰাই গৈয়া নাপাসৰি। নিছয় পাঞ্চিব মােহােক মনে সুমবি। নাৰিৰ মনৰ বাঞ্চা দুয় কোনে জানিবেক মহাসয় পতি সকলে জানয় । সাস্ত্র অনুসৰি কিচে। মনে কৰে নিৰুপন। সুনিয়ে। উদ্ধৱ মহাসয় বেদে ছিত্ত স্ত্রিব নানয় বেদে কহিবাক নপৰয়। স্ত্ৰিৰ ছি ও কৈবে অনি কেন সাস্ত্র গন ॥ ৯৭৭ মহাবিৰ তুমি পুত্র গতি মহাবিৰ কৰিবে নপাৰো মন থিৰ। কৃষৰ হৃদয় কহিবে কথা সকল । ভেদ নাই মােৰ গৃহ সন পশু 297.31 একমান জল থল ভেদ নহি জ্ঞন । দীবা নিসা ভেদ নাহিকয় মহাবল। নজাননাহে। মই আপুনাক চন্দ্ৰৰ সুৰ্য্যৰ উদয়ক জ্ঞান নাহি সন্ধ্যা কাল এক । কুমুৰ বাওঁয়ে দেহ ভৈল আছেন । কুৰ আকৃতি দেখি তোৰ সুললিত ধ্বনি সুনি মোৰ কুল লজ্জা এৰি মই ঘােৰ। আমি চিস্তি থাকে। কৃষৰ দুই ছৰণ । গত ইশ্বৰ নাৰায়ন প্ৰকৃতিৰ পৰ সনাতন সমস্তেৰে আত্মা কাৰন। তাহান মায়াই মােক লৈলো সমুদাই। গােপৰ বালক বুলি, মনে ভচ্ছিলােহে। মই অনুক্ষনে কোপ কৰি অষি নাৰায়নে। এহি হৃদি সেলে মোৰ দহে সৰ্ব্বকাই । কৃয় পাদ পদ্ম যিতে জনে কৃষ, গুন নাম অনুক্ষনে কৃষ্ণু ভক্তি ৰষ পিবে মনে। কৃষ পুজা ধ্যানে কালক যিতাে নিয়য়। তাহাৰ মঙ্গল সর্বকালে হর্ষে থাকে সিততা কৰি ভালে তা জানা নাহিকাল ব্যালে। ৯৪৯