পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্রহ্মবৈৱৰ্ত্ত পুৰাণ উদ্ধৱৰ প্ৰতি শ্ৰীমতী ৰাধিকা। সতকোটি গােপি আছে ৰাধাক আবৰি। উদ্ধৱক লৈবেলা বুলি সদৰি ৷৷ নিকপট কৰিহ মােহ শিম্ৰ কৰি। সত্যে হাসিবেক গােকুলক দেবহৰি। ১৯৩৬ গোপিৰ সভাত কহ ভয় নকৰিবি। সতাক কহিলে তই মহা পুন্য পাইবি। সতকুপ দানে পুন্য পাই জত জত। তাতে কৰি শেষ্ট এক বাপিৰ দানত। ৯৩৭ সত বাপি দানে পু পায়ে জত হত। সেহিপুন্য পায়ে এক যজ্ঞে। কৰণত | জজ্ঞৰ সতত কোটি পুত্র শ্রেষ্ট হয়। পুত্র সােসম নােকে সত্যৰ নিশ্চয় ॥ ১৯৩৮ সত্যত কৰিয়া শ্রেষ্ট ধৰ্ম্ম নাই আন। অসত্যত কৰি পাপ নাহি কিচোন ।। সত্যত কৰিয়া বন্ধু নাহি কয় আন। মন্ত্রদাতা গুৰুৰজে নাহিকে সমান ।। ৯৩৯ উদ্ধৱ বদতি মাতৃ কতো সত্যকৰি। সত্যে আসিবেক হৰি দেখিব। সুন্দৰি। পু#চন্দ্র সম মুখ দেখিবা সুন্দৰি। তোমাৰ সন্তাপ দুৰ হৈব নিষ্ট কৰি। ৯৪ নানা সুখ ভোগ কৰা জগত ইৰি। দুৰন্ত চিন্তাক মনে তো নিষ্ট ক৷ি৷ তােক প্রবোধ কৰি গৈয়া মথুৰাক । কৃষক পঠ'ইবাে আমি কতো সত্যবাক ॥ ৯৪১ বিদায় দিয়ােক মোক জাঞে। মধুপুৰি। তোমাৰ বৃতান্ত কথা কহিকাে সংহৰি। যেন মতে আসে কৃষ্য কৰিববাহো তাক। তযুদাস মঞি এবে জাইবাে মথুৰক। ৯৪২ সুনা সভাসদ পদ শ্রীকৃষ্ণু খণ্ডৰ। ৰাধা উদ্ধৱৰ পদ আতি মনােহব ৷ শ্ৰৱন কির্তন কৰে পাপি নিৰন্তৰ। সংসাৰ তাৰক শ্ৰৱনৰ ৰুছিকৰ | বেদৰে ৰহস্য জানা ৰাধা কৃষ দেৱ। শ্ৰৱন কিৰ্তন কৰি সদা কৰ সেৱ। কলি যুগে ইসে সাৰ তেজা আন কাম। ৰাধা কৃষ্ণ নাম লৈয়ো সদা অভিৰাম । ৯৪৪ ১৪৩ লেছাৰি। উদ্ধৱৰ আগে বােলে বানি পৰম বিসাদে বাধা ৰানি সুনিয়ে। উদ্ধৱ মহা মানি। মথুৰা নগৰে জাইবি ত¢ি মনােহৰ। কৃষৰ বিযােগ মােৰ দেহৰ বিৰস নিৰন্তৰ মনােত ছিন্তোহে দামােদৰ। বিশ্রুতি নহৈবি পাছে মােক নিৰন্তৰ। ৯৪৫ উদ্ধৱ মহন্ত হোৱা থিৰ ত্যু সম নাহি মহাবিৰ কহো দুখ কথা মুনিবৰ। মথুৰাক গৈয়া কহিবাহ ভাল কৰি।