পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

578/29 ব্যাকৰণ পাঠ। ১ম অধ্যায়। ১ম পাঠ— ভাষা। হা নং ৩৫জ ১। মন, মাটি, মানুহ, মানিকী, মাৰি- ছিল, ধৰোঁতে, থকা, আৰু ইত্যাদি শব্দ- বোৰে আমাৰ মনত এটা এট৷ ৰেলেগ ভাব বুজায়, কিন্তু এইবোৰৰ কোনো এটায়েই মনৰ সম্পূৰ্ণ ভাব বুজাব নোৱাৰে। সেইদৰে মই ভাত, বহোঁতেই, খাই টোপনি, মোৰ আহিল, গছৰ ওপৰত, এটা পৰিছে, চৰাই ধুনীয়া, এইদৰে যেনে তেনে প্ৰকাবে শব্দ কলেও কোনো সম্পূৰ্ণ মনৰ ভাব নোলায়। কিন্তু যদি কোৱা যায় মই ভাত খাই বহোঁতেই মোৰ টোপনি আহিল;