পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাষা। ভাষা শুদ্ধকৈ লিখিবলৈ আৰু পঢ়িবলৈ পণ্ডিতসকলে কিছুমান নিয়ম বান্ধি লৈছে; ব্যাকৰণ পাঠত তাকে মাথোন আলচ কৰে। যি পুথিৰ পৰা আমাৰ অসমীয়া ভাষা শুদ্ধৰূপে লিখিবৰ আৰু পঢ়িবৰ নিয়মবোৰ জনা যায়, তাকেই অসমীয়া ব্যাকৰণ বোলে। প্ৰশ্ন। ১। ভাষ| কাক বোলে? ২। পৃথিবীত ভাষা কিমান বিধ? ৩। চৰাইৰ ৰাৱক ভাষা বুলিবা নে? ৪। ব্যাকৰণ আমাক কিয় লাগে? ৫। অসমীয়া ব্যাকৰণ কাক বোলে? perse 9