পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহীৰিছে। 10 তৃতীয় গৰ্ভা। লৱ বুশক কোলাত লৈ ৰাচৰ সিংহাসনত উপবেশন। বাল্মীকি মুনি সহ আনকীৰ প্ৰবেশ। লক্ষ্মণসোৱা। মহালক্ষ্মী আহিল। (একে চাবেই ঠিয় হৈ) সৌৱা! আঃ! অযোধ্যাৰ লীৰ দুভাগমনত মন আজি কেনে লাগিছে। কুশ-চাপৰি ৰজাই) ককাইদেউ! সৌৱা আমাৰ আই আহিল। বাৰীকি-মহাৰাজ! আপোনাৰ কথামতেই মই এই আনকীক লৈ আহিছে। জানকী মহাসতী, ব্ৰ, আৰু ধৰ্মনিষ্ঠ। লোকাপবাদৰ ভয়ত আপুনি এওঁক বৰলৈ পঠাইছিল। এতিয়া সেই লোকাপবাদৰ জন্ম নিবাৰণ বিবৰ মনেৰেই আজি জানকীৰ মুভাগমন। মই সত্য কৰি কৈছে, এই দুৰ্ধৰ্ষ যমক যুগল আপোনামেই পুৰ। মই অচেতা দশম পুত্ৰ; মিছা কথা কোৱ কাৰ্যমোৰ দ্বাৰা কেতিয়াও হব নোৱাৰে। মই যিকা তাত বিশ্বাস কৰিব। যদি জানকীৰ মনত কি গোষ আছে, যেৰ বহু সহস্ৰ বছৰৰ তপস্যা বৃথা হৰ। মই কোনোকতে কোনো পাপ কৰা নাই, যদি জনকীৰ গাত কিবা পাণ আছে, তেন্তে মোৰ পূণ্যৰাশি খাপৰূপে পৰিণত ৰ। তাৰ ওপৰেও মোৰ যোৱা ২১ পুৰুষ আৰু অহা ২১ পুৰুষ নৰকগামী হব।