পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈহে-বিচ্ছে। ৰাষ’তে আছে সেনাপতি, যোৱ। তীৰবেগে; কোৱাগৈ, কুৰি আহ্মোহিনী সেনা সাজোক নিমেষে। অশ্বাৰোহী, গজাৰহী, সেনানী সমস্ত, সাজি ৰণ সাজে শীঘ্ৰে আহক ওলাই। হনুমান-শীৰোধাৰ্য্য নাথৰ আদেশ। (প্ৰণিপাত পূৰ্ব্বক নিমণ) 'ৰাম—এই মই গাণ্ডীৱক চুম্বিলো সাদৰে, দেখুয়াম ৰঘুবৰে কত বল ধৰে। আজি মোৰ শত্ৰু যদি স্বয়ং বিধাতা হয়, তাকে লণ্ড ভণ্ড মই অৱশ্যে কৰিম। (নেপথ্যে গীত বাদ্য) নবাহে ৰঘুব, হিখি আজি ভয়ঙ্কৰ, কুক্ষণত ঘুদ্ধ যাত্ৰা পণ্ডিতে নয়। এৰা ৰাগ শোক তাপ, এৰা ভীম বীৰ দাপ, নতু যুদ্ধে পৰাজয় নিশ্চয় নিশ্চয়। ৰণ সাজ এৰি থোৰ, ৰাজ দণ্ড হতে লোৱা, সুকলমে কাজ কাৰ্য কৰা দয়াময়। ৰাম—হবইতে। আজি মইযতবিলাক অসুভ লক্ষণ দেখিব লাগিছে, তাৰ বিষময় ফল হাতে হাতে পামেই, বাও চকুতে