পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। কোনে চায়।' আজি তুমি সমস্ত অঘোধ্যাপুৰিক কন্দু- ই ক'লৈ গলাগৈ। সুগ্ৰীৱৰ আদি সকলো বল ধ্বংশ হল। হায় যুজ! তুমি...ই...ই (জন)। ভৰত-(সজলনেৰে ৰামক বিচি বিচি) ককাইদেউ? আমাৰ হৰ লগীয়া হ'ল। এতিয়া আপুনিও অস্থিৰ হৈ আমাক নামাৰিব। ককাইদেউ! মোৰে শপত আৰু নাকান্দিব। শব্ৰুগ্ন-লৰালৰিকৈ আহি আঠুকাঢ়ি ) ককাইদেউ! আপুনি ধী। জগতত আপোনাৰ সুখ্যাতি সূৰ্যৰ দৰে জিলি- কিব লাগিছে। ভাতৃশোকে আমাৰ দৰে প্ৰাণীৰ মনতহে ৰাজত্ব কৰিব পাৰে। আপুনিও দেখে। এনে পাপক লাই দিবলৈ ধৰিছে! ৰামবোপাহঁত! ৰামৰ জীৱন আজি ৰামত নাই। লক্ষ্মণৰ লগতেই আনন্দেৰে ফুৰি ফুৰিছে। লক্ষণ! মোৰ প্ৰাণৰমণ! মোৰ বাওঁবাহু লক্ষ্মণ! ক’ত তুমি বিজিছা আনন্দ মনেৰে? স্বগ পৃথিবী নাই, ৰসাতল মাজে? কোৱ। মোক নাভাৰিবা কোৱ। লগতেই; মোকে লৈ থাকা তুমি যতে ইচ্ছা গৈ। বিভীষণ–প্ৰভু! আপনি দেখে উপস্থিত বিপদত সমূলি কৰ্তব্য পাহৰিলে? যি অধমে এই ধৰ্ম্ম কাৰ্যত ব্যাঘাত, কৰিছে যি পাষণ্ডই যুবৰাজ লণক মিন কৰিছে, তাৰ প্ৰতি- কাৰৰ কি চেষ্টা কৰিলে? পাষণ্ডৰ অতি শীঘ্ৰে প্ৰায়শ্চিত্ত হব লাগে। ভ্ৰাতৃহাক সমুচিত দণ্ড দি হৃদয়ৰ প্ৰজ্বলি 9