পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। ভলুকা লিতিকাই গীত। বাপু কেনে মজাৰ ঢৌ। এই চিপত পৰি যাব দহনখীয়া ৰে। বাপুৰ চকুৰ কেনে পা, ত'ত দেখিয়েই অবাক, পেট ভৰি মজা কৰি খোৱ। বাপু মৌ। বাল্মীকি-(অলপ খংমুৱাকৈ উভতি চায়) মনেমনে আহিব নোৱাৰ- হঁত নে? লিতিকাই—খুব প্ৰভু! খুব পাৰে। যেনে তেনে মতে কাৰ্যটো সিদ্ধি হওক। বাল্মীকিক দেখি জানকীৰ পাগলিনী বেশে বিলাপ। নাথ, নথি, কেনে নাথ, কিয় নাথ, ক’ত নাথ, ক'ত আছে দুখুনীৰ নাথ? এই নাথৰ মাত শুনিলো, নাথৰ গাতে গা লগালে, চোৱা পথিক, চোৱা চোৱা, আকৌ হঠাৎ হেৰুৱালে।। বাল্মীকি-পতিব্ৰতে! ইমান অধৈৰ্যা হৈছা কিয়? স্থিৰ হোৱা- হোন, মই পথিক নহওঁ, তোমালোকৰ পুৰ্ব পৰিচিত বাশ্মীকি। বৈদেহী-ধৈৰ্য, ধৈৰ্য্য, ধৈৰ্য্য, কাৰ আছে ধৈৰ্য্য