পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১০) নোখোজোহে। মই আক। দিয়োক পিতৃ আমাক। বুলিলা জগত স্বামী। এতিয় খুজিলা তুমি॥ ৩৩ ভৈল দৃঢ় ব্ৰত গামী। খুজিয়া নলৈলা তুমি॥ এতিয়া কি দিবে। মই। দেখিয়া নেদেখ তই॥ ৩৪ মনে কৰে উৎপাত। ধাতু কবে চত ফত্॥ ৰামনিন্দে জানি পৰ কাল বিত্ত পুত্ৰৰ মুখত হৰি পদ ভক্তি পদ জানিলোহে৷ মই ইসব কথাক অৰ্দ্ধ ভৈলে। মা শুধ৷ আবে আত গধুলিক| বেলা ঘাৱৰ বিষত বুলিলন্ত বানী 12 খোঁঙ্গাহে। তোমাক হেন, কথা শুনি আগে নুখুজিলা আমাৰ তনয় অবহেল৷ কৰি নাৱে দিলো ভবা কিদিবো তোমাত কিকথা শুধিলি নাহি শ্ৰুতি জ্ঞান