সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এনেবিধৰ ক্ৰটীৰ কাৰণে গুণ-গ্রাহী পাঠক সকল মাৰ্জ্জুন! নকৰিলে উপায়ান্তৰ নাই । বিসকল সহৃদয় বন্ধুৱে ইরাক ছপাই উলিয়াবলৈ আমাক উদগনি দিছিল তেখেত সকললৈ এই ছেগতে আমাৰ শলাগৰ অাজলি আগ বঢ়ালোঁ । আমাৰ শ্ৰদ্ধা-ভাজন সাহিত্যিক প্রযুক্ত মহাদেৱ শৰ্ম্মা দেৱে দয়া কৰি ইয়াৰ কেঁচা ছপা আদি চাই দিছে আৰু পুথিৰ অঙ্গসৌষ্ঠ সম্বন্ধে লাগতিয়াল উপদেশ দিছে। সেইবাবে তেখেতৰ ওচৰত আমি চিৰ কৃতজ্ঞ । ইতি ধুবুৰী ২৮ বামোশ, ১৮৫২ কালীৰাম লৈ!-