সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লিখকৰ নিবেদন । তিনি বছৰৰ লাগেয়ে অসমৰ পুৰনি ৰাজধানী গড় গাওঁ ব্লগৰত ( নাজিৰাত ) বছি, এই পুখি খনি লিখি উলিওৱা হৈছিল । নিজৰ আজৰি সময়ৰ অভাবত ইমান দিনে ই ৰাচৰ কিতাপৰ দমৰ তলত পৰি নাছিল । এতিয়া অলপ অৱসৰ সময় পোৱাত ইয়াক কিতাপৰ আকাৰে ৰাইজৰ আগলৈ উলিয়াবলৈ সাহ কৰিলে । । আৰ সাহিত্য-ক্ষেত্ৰত নিজকে প্ৰচাৰ কৰা দুৰাণ কেতিয়াও নাই আৰু তেনে আশা মনত ঠাই দিয়াও আমাৰ পক্ষে বাওমাই জোন ধৰিবলৈ হাত মেলাৰ নিচিনা। তথাপি এই কাম কৰিবলৈ গৈ বেঞ্জামিনৰ কথাৰে কবলৈ হলে, ‘পেপাৰ উচিত মূলাই দিছো নে অধিক মূল্যই দিছে?" তাক পঢ় ৱাই সকলে ৰিচাৰ কৰি চাব । চপাৰলৈ যুগুত কৰোতে ইয়াৰ বৰ্ণাশুদ্ধি দোষলৈ বিশেষ ভাবে চকু ৰখা হৈছিল কিন্তু প্ৰেছৰ ছাপাখানাৰ ভূতৰ (Printer's devil) cine সৃষ্টি কোনো মতে এৰাব পৰা । ঠাইরে ঠাইরে দুই চাইটা ছপাৰ ভুল ৰৈ গী