সমাজত মিল-প্রীতি অন। বিহু ঘাই সম্বল। গাৱত সৰলতাৰ প্রভার । বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র যুঁজ ইত্যাদিৰ খেল। তাৰ পিচত সকলোটি নিজ নিজ ঘৰলৈ গৈ জা-জলপান খোৱাৰ কামত ব্যস্ত হয় । তাক খাই উঠি পূজ্য সকলক নিয়ম অনুসাৰে সেৱা-শুশ্রূষা কৰি পৰিষ্কাৰ কাপোৰ কানি পিন্ধি আনন্দত মতলীয়া হয়। গাৱঁৰ সকলোটিয়ে ইঘৰ সিঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনাই মিল প্ৰীতিৰ চিনাকি দিয়ে। আপোন মানুহৰ ভিতৰত উদ্ভৱ হোৱা ঘৰুৱা বিবাদ মিট-মাত কৰিবৰ বিছয়েই ঘাই সাথি। গতিকে সামাজিক লেঠাৰ আউল ভঙ্গা বিহু ভারতীয় হিন্দু-সমাজৰ এটা ৰাই সম্বল। সি যি কিনহওক ডেকা-গাভৰু, নৰা-ছোৱালী পিন্ধি উৰি গাৱব ইঘৰৰ পৰা সিঘৰলৈ অহা যোৱা কৰা দৃশ্য অতি সৰল আৰু নিৰ্দোষ ভাৱৰ । গাৱঁলীয়া দৃশ্যত মুগ্ধ হোৱা আমাৰ উঠি অহা ভাষাৰে - “সন্তোষীয়া সৰল চহাৰ, কবিব বিনন্দীয়া প্ৰাণৰ পথাৰ, হেম্বাৰাৱক লুপ্ত কৰে শিঙ্গা পেঁপাৰ ৰোলে ; (তাৰে) মইনা কুলি কেতেকীয়ে তালে তালে তোলে।” [ 23 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৪৬
অৱয়ব